→‎বাখৰ বেঙেনা: নতুন অনুচ্ছেদ
21 নং শাৰী:
 
প্ৰদ্যুত বাখৰ বেঙেনা ভাল হৈছে। কেৱল তথ্যসূত্ৰ অলপ ভালকৈ দিবা। কিতাপৰ নাম, পৃষ্ঠা, লেখক, প্ৰকাশক, প্ৰকাশৰ বছৰ গোটেইবোৰ তথ্য লাগিব। কেনেকৈ কৰিব লাগে তাৰ বাবে [[ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি]] পৃষ্ঠাখন বা গ্ৰুপৰ ডক ফাইল চাবাচোন। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]])
 
সকলোবোৰ কৰি দিম | ছবিও আছে | দিম | কিছুমান কথা অলপ বুজাত টান হৈ আছে | লাহে লাহে কৰ দিম | [[সদস্য:Pradyut jyoti saikia|Pradyut jyoti saikia]] ([[সদস্য বাৰ্তা:Pradyut jyoti saikia|talk]]) 20:48, 2 মে' 2012 (UTC)