মমতা বন্দ্যোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
47 নং শাৰী:
==প্ৰাৰম্ভিক জীৱন==
১৯৬০ চনত ৫ অক্টোবৰত (কিন্তু চৰকাৰী ভৱে মমতা বন্দ্যোপাধ্যায়ৰ জন্ম তাৰিখ ১৯৫৫ চনৰ ৫ জানুৱাৰী) [[কলিকতা]]ৰ হাজৰা অঞ্চলৰ এক দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে মমতা বন্দ্যোপাধ্যায়ে । দেউতাক প্ৰমীসৃলেশ্বৰ বন্দ্যোপাধ্যায় আছিল এজন [[স্বাধীনতা সংগ্ৰামী]] আৰু মাকৰ নাম আছিল গায়ত্ৰী দেৱী । কলিকতাৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা [[বি.এড.]] ডিগ্ৰি লোৱাৰ পিছত [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা [[এম.এ.]] ডিগ্ৰি আৰু কলিকতাৰ জোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা [[এল.এল.বি]] ডিগ্ৰি আৰ্জন কৰে । মমতা বন্দ্যোপাধ্যায়ে শিক্ষা জীৱন সমাপ্ত কৰি কিছু সময়ৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল । মমতা বন্দ্যোপাধ্যায় ছাত্ৰ জীৱনতেই [[ৰাজনীতি]]ৰ সৈতে জড়িত হৈ পৰিছিল ।
 
Normal 0 false false false EN-US X-NONE AS ==জাতীয় কংগ্ৰেছত ৰাজনৈতিক জীৱন==
 
১৯৭০ দশকতেই কংগ্ৰেছ (আই) দলত যোগদানৰ জড়িয়তে মমতা বেনাৰ্জীয়ে অতি কম বয়সতে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল । ১৯৭৬-১৯৮০ লৈকে মমতাই মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল । আৰু ১৯৪৭ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ যাদৱপুৰ লোকসভাৰ পৰা বৰ্ষীয়ান কমিউনিষ্ট নেতা সোমনাথ চেটাৰ্জীক পৰাজিত কৰি পোন প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।১৯৯১ চনৰ নৰসীমা ৰাও মন্ত্ৰীসভাই মমতা বেনাৰ্জীক মানৱ সম্পদ উন্নয়ন, ক্ৰিয়া আৰু যুৱ কল্যাণ তথা শিশু বিকাশৰ ৰাষ্ট্ৰ মন্ত্ৰী হিচাপে মনোনীত কৰে । ১৯৯৩ চনত মমতাৰ পদত্যাগ পত্ৰ গৃহীত হয় ।
 
==তথ্যসুত্ৰ==