থমাছ আলভা এডিচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
27 নং শাৰী:
আমেৰিকাৰ অহায়ো প্ৰদেশৰ মিলানত টমাচ আলভা এডিচনৰ জন্ম হৈছিল আৰু মিচিগান প্ৰদেশৰ পোৰ্ট হুৰনত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেমুৱেল অগডেন এডিচন জুনিয়ৰ আৰু নেঞ্চি মেথিউজ এলিয়তৰ সপ্তম আৰু পেট-মোচা সন্তান আছিল।<ref>[http://tps.cr.nps.gov/nhl/detail.cfm?ResourceId=443&ResourceType National Historic Landmarks Program (NHL)]</ref> বিদ্যালয়ত এডিচনে মন বহুৱাব পৰা নাছিল। শিক্ষকে তেওঁক ‘ঘোলা কণী’ আখ্যা দিছিল। মাত্ৰ তিনি মাহতে তেওঁ বিদ্যালয় এৰিছিল। মাকে তেওঁক ঘৰত লিখা-পঢ়া শিকাইছিল।.<ref>{{cite web| url=http://www.nps.gov/edis/home_family/fam_album.htm| title=Edison Family Album| publisher=US National Park Service| accessdate=March 11, 2006|archiveurl = http://www.webcitation.org/5umTYO7Sd |archivedate = December 6, 2010|deadurl=no}}</ref> আৰ জি পাৰ্কাৰৰ ‘স্কুল অৱ নেচাৰেল ফিল’চফী আৰু ‘দ্যা কুপাৰ ইউনিয়ন’ গ্ৰন্থৰ পৰা তেওঁ বেছিখিনি শিক্ষা লাভ কৰিছিল।
 
শৈশৱকালত ভোগা স্কাৰলেট ফিভাৰ (scarlet fever) আৰু বাৰে বাৰে হৈ থকা মধ্য-কৰ্ণৰ সংক্ৰমণৰ ফলত এডিচনৰ শ্ৰৱণ শক্তিৰ সমস্যাই গা কৰি উঠিছিল। কৰ্ম জীৱনৰ মাজভাগত ৰেলৰ ডবাত এডিচনে পাতি লোৱা ৰাসায়নিক পৰীক্ষাগাৰত জুই লাগিছিল। খঙতে ৰেলৰ পৰিচালক (train conductor)এজনে তেওঁক কাণতে আঘাত কৰি স্মিথ ক্ৰিক স্টেচনত পৰীক্ষাগাৰৰ সকলো লাম-লাকটুসহ নমাই দিছিল। <ref name="Josephson">"Edison" by [[Matthew Josephson]]. McGraw Hill, New York, 1959, ISBN 978-0-07-033046-7</ref><ref>"Edison: Inventing the Century" by [[Neil Baldwin]], University of Chicago Press, 2001, ISBN 978-0-226-03571-0</ref> ১৮৫৪ চনত মিলানত এটা বাইপাছ ৰেলপথ নিৰ্মাণ কৰাৰ ফলত স্বৰূপে এডিচনৰ পৰিয়ালক মিচিগান প্ৰদেশৰ প'ৰ্ট হুৰনলৈ উঠি যাবলৈ বাধ্য কৰোৱা হৈছিল যদিও তেওঁ তাত এটা অম্ল-মধুৰ জীৱনেই কটাইছিল।<ref>Josephson, p 18</ref> তেওঁ প'ৰ্ট হুৰন আৰু ডেট্ৰ'ইটৰ মাজত চলাচল কৰা ৰেলত কেণ্ডি আৰু বাতৰি কাকত বিক্ৰি কৰিছিল। অধিক উপাৰ্জন কৰিবলৈ তেওঁ শাক-পাচলিও বিক্ৰি কৰিছিল। তেওঁ qualitative analysis অধ্যয়ন কৰিছিল আৰু জুই লগাৰ ঘটনাটো ঘটাৰ আগলৈকে ৰেলৰ ডবাতে পৰীক্ষাগাৰ পাতি ৰাসায়নিক পৰীক্ষা-নিৰিক্ষাও কৰিছিল।চলাই গৈছিল। <ref name="Cite CAB|Edison, Thomas Alva">{{Cite CAB|Edison, Thomas Alva}}</ref> পিছে দুৰ্ভাগ্যবশতঃ এদিন পৰীক্ষাগাৰত জুই লাগিল। খঙতে ৰেলৰ পৰিচালক (train conductor)এজনে কাণতে আঘাত কৰি স্মিথ ক্ৰিক স্টেচনত পৰীক্ষাগাৰৰ সকলো লাম-লাকটুসহ তেওঁক নমাই দিলে আৰু সেইদিনাৰ পৰা ৰেলৰ ডবাত বৈজ্ঞানিক পৰীক্ষা চলোৱা নিষিদ্ধ কৰা হ'ল। <ref name="Josephson">"Edison" by [[Matthew Josephson]]. McGraw Hill, New York, 1959, ISBN 978-0-07-033046-7</ref><ref>"Edison: Inventing the Century" by [[Neil Baldwin]], University of Chicago Press, 2001, ISBN 978-0-226-03571-0</ref>