ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

80 নং শাৰী:
===পুৰস্কাৰ প্ৰদান===
শ্ৰেষ্ঠ ছবিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা আৰু মানপত্ৰ আগবঢ়োৱা হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ প্ৰবন্ধ নিৰ্বাচন কৰা হ'ব।
 
পুৰস্কাৰ প্ৰদান অনুষ্ঠানটো অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি নিম্নোক্ত স্থান আৰু সময়ৰ পৰা আৰম্ভ হ’ব।
<u>স্থান:-</u> কটন কলেজ, ছুডমাৰ্চন হ;ল, গুৱাহাটী, অসম।
<u>সময়:-</u> দিনৰ ১.০০ বজাৰ পৰা ৪.০০ বজালৈ।
 
===বিচাৰ ব্যৱস্থা===