থমাছ আলভা এডিচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
আমেৰিকাৰ অহায়ো প্ৰদেশৰ মিলানত টমাচ আলভা এডিচনৰ জন্ম হৈছিল আৰু মিচিগান প্ৰদেশৰ পোৰ্ট হুৰনত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেমুৱেল অগডেন এডিচন জুনিয়ৰ আৰু নেঞ্চি মেথিউজ এলিয়তৰ সপ্তম আৰু পেট-মোচা সন্তান আছিল।<ref>[http://tps.cr.nps.gov/nhl/detail.cfm?ResourceId=443&ResourceType National Historic Landmarks Program (NHL)]</ref> বিদ্যালয়ত এডিচনে মন বহুৱাব পৰা নাছিল। শিক্ষকে তেওঁক ‘ঘোলা কণী’ আখ্যা দিছিল। মাত্ৰ তিনি মাহতে তেওঁ বিদ্যালয় এৰিছিল। মাকে তেওঁক ঘৰত লিখা-পঢ়া শিকাইছিল।.<ref>{{cite web| url=http://www.nps.gov/edis/home_family/fam_album.htm| title=Edison Family Album| publisher=US National Park Service| accessdate=March 11, 2006|archiveurl = http://www.webcitation.org/5umTYO7Sd |archivedate = December 6, 2010|deadurl=no}}</ref> আৰ জি পাৰ্কাৰৰ ‘স্কুল অৱ নেচাৰেল ফিল’চফী আৰু ‘দ্যা কুপাৰ ইউনিয়ন’ গ্ৰন্থৰ পৰা তেওঁ বেছিখিনি শিক্ষা লাভ কৰিছিল।
 
শৈশৱকালত ভোগা স্কাৰলেট ফিভাৰ (scarlet fever) আৰু বাৰে বাৰে হৈ থকা মধ্য-কৰ্ণৰ সংক্ৰমণৰ ফলত এডিচনৰ শ্ৰৱণ শক্তিৰ সমস্যাই গা কৰি উঠিছিল। ১৮৫৪ চনত মিলানত এটা বাইপাছ ৰেলপথ নিৰ্মাণ কৰাৰ ফলত স্বৰূপে এডিচনৰ পৰিয়ালক মিচিগান প্ৰদেশৰ প'ৰ্ট হুৰনলৈ উঠি যাবলৈ বাধ্য কৰোৱা হৈছিল যদিও তেওঁ তাত এটা অম্ল-মধুৰ জীৱনেই কটাইছিল।<ref>Josephson, p 18</ref>জীৱিকা অৰ্জনৰ বাবে তেওঁ প'ৰ্ট হুৰন আৰু ডেট্ৰ'ইটৰ মাজত চলাচল কৰা ৰেলত কেণ্ডি আৰু বাতৰি কাকত বিক্ৰি কৰিছিল। অধিক উপাৰ্জন কৰিবলৈ তেওঁ শাক-পাচলিও বিক্ৰি কৰিছিল। এইবোৰৰ মাজতো তেওঁ কিন্তু বৈজ্ঞানিক চিন্তা-চৰ্চা বাদ দিয়া নাছিল। তেওঁ গুণাত্মক বিশ্লেষণ (qualitative analysis) অধ্যয়ন কৰিছিল আৰু ৰেলৰ ডবাতে পৰীক্ষাগাৰ পাতি ৰাসায়নিক পৰীক্ষা-নিৰিক্ষাওনিৰীক্ষাও চলাই গৈছিল। <ref name="Cite CAB|Edison, Thomas Alva">{{Cite CAB|Edison, Thomas Alva}}</ref> পিছে দুৰ্ভাগ্যবশতঃ এদিন পৰীক্ষাগাৰত জুই লাগিল। খঙতে ৰেলৰ পৰিচালক (train conductor)এজনে কাণতেতেওঁক আঘাতচৰিয়ালে কৰিআৰু স্মিথ ক্ৰিক স্টেচনতষ্টেচনত পৰীক্ষাগাৰৰ সকলো লাম-লাকটুসহ তেওঁক নমাই দিলে আৰুদিলে। সেইদিনাৰ পৰা ৰেলৰ ডবাত বৈজ্ঞানিক পৰীক্ষা চলোৱা নিষিদ্ধ কৰা হ'ল। <ref name="Josephson">"Edison" by [[Matthew Josephson]]. McGraw Hill, New York, 1959, ISBN 978-0-07-033046-7</ref><ref>"Edison: Inventing the Century" by [[Neil Baldwin]], University of Chicago Press, 2001, ISBN 978-0-226-03571-0</ref>
Heবাতৰি obtainedকাকত theবিকি exclusiveথকা rightদিনতে ofএডিচনে sellingচাৰিজন newspapersসহযোগীৰ onসৈতে the''গ্ৰেণ্ড road,ট্ৰাংক and,হেৰল্ড'' withনামেৰে theপ্ৰকাশনা aidআৰম্ভ ofকৰিলে fourআৰু assistants,অন্যান্য heকাকতৰ setসৈতে inতেওঁৰ typeকাকতখনো andবিকিবলৈ printedধৰিলে। the ''Grand Trunk Herald'', which he sold with his other papers.<ref name="Cite CAB|Edison, Thomas Alva"/> Thisএই beganঘটনাটোৰ Edison'sদ্বাৰাই longতেওঁৰ streakব্যৱসায়িক ofপ্ৰতিভাৰ entrepreneurialপ্ৰথম venturesস্ফুৰণ asহৈছিল। heপাছলৈ discoveredতেওঁ hisআজিও talentsপৃথিৱীৰ asঅন্যতম aবৃহৎ businessman.কোম্পানী Theseহিচাপে talentsজিলিকি eventuallyথকা led''জেনেৰেল himইলেক্ট্ৰিক''কে to found 14 companies, including [[General Electric]], which is still in existence as one of the largest [[public company|publicly tradedধৰি companies]]চৈধ্যটা inকোম্পানী theপ্ৰতিষ্ঠা world.কৰিছিল।<ref>{{cite web|url=http://www.tradingmarkets.com/.site/news/Stock%20News/2266720/ |title=GE emerges world's largest company: Forbes |publisher=Trading Markets.com |date=April 10, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYYG9X |archivedate = December 6, 2010|deadurl=no}}</ref><ref>{{cite web|url=http://www.indianexpress.com/news/ge-emerges-worlds-largest-company-forbes/445093 |title=GE emerges world's largest company: Forbes |publisher=Indian Express.com |date=April 9, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYurUQ |archivedate = December 6, 2010|deadurl=no}}</ref>
 
 
He obtained the exclusive right of selling newspapers on the road, and, with the aid of four assistants, he set in type and printed the ''Grand Trunk Herald'', which he sold with his other papers.<ref name="Cite CAB|Edison, Thomas Alva"/> This began Edison's long streak of entrepreneurial ventures as he discovered his talents as a businessman. These talents eventually led him to found 14 companies, including [[General Electric]], which is still in existence as one of the largest [[public company|publicly traded companies]] in the world.<ref>{{cite web|url=http://www.tradingmarkets.com/.site/news/Stock%20News/2266720/ |title=GE emerges world's largest company: Forbes |publisher=Trading Markets.com |date=April 10, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYYG9X |archivedate = December 6, 2010|deadurl=no}}</ref><ref>{{cite web|url=http://www.indianexpress.com/news/ge-emerges-worlds-largest-company-forbes/445093 |title=GE emerges world's largest company: Forbes |publisher=Indian Express.com |date=April 9, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYurUQ |archivedate = December 6, 2010|deadurl=no}}</ref>
 
==টেলিগ্ৰাফাৰ==