ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অন্তিম তাৰিখ ৩১ মে' কৰিলোঁ
35 নং শাৰী:
# আলোকচিত্ৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ ৱেবছাইটত [http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:%E0%A6%AC%E0%A7%8B%E0%A6%9C%E0%A6%BE%E0%A6%87 দাখিল] কৰাটো (বাঞ্ছনীয়)|
# তলৰ ই-মেইল ঠিকনালৈ ই-মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ subject অংশত '''Assamese Wikipedia Photo Contest''' বুলি উল্লেখ কৰিব। আলোকচিত্ৰ দাখিলৰ বাবে ই-মেইল ঠিকনা: (assamesewikipedia@yahoo.com)
# আলোকচিত্ৰ দাখিলৰ শেষ সময় ২৫৩১-মে', ২০১২।
====আলোকচিত্ৰ দাখিলৰ সহায়====
* অসমীয়া ৱিকিপিডিয়াত ছবি আপোলোড কৰিবৰ বাবে সদস্যভুক্ত হোৱা বাধ্যতামূলক| একাউণ্ট নোখোলাকৈ আপুনি চিত্ৰ আপলোড কৰিবলৈ কোনোমতেই সমৰ্থ নহবনহ'ব| সেয়ে প্ৰথমেই [http://as.wikipedia.org/w/index.php?title=%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A7%87%E0%A6%B6&type=signup&returnto=%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%B8%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BF%E0%A6%95%E0%A6%BE/%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%A8 পঞ্জীয়ন কৰক], যদি কিবা অসুবিধা পায় তেন্তে সহায়ৰ বাবে [[ৱিকিপিডিয়া:সহায়িকা/পঞ্জীয়ন|ইয়াত]] ক্লিক কৰক|
* প্ৰৱেশ (Log in) কৰাৰ পাছত অসমীয়া ৱিকিপিডিয়াৰ [[বেটুপাত|বেটুপাত পৃষ্ঠাত]] বাওঁফালে '[http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:%E0%A6%AC%E0%A7%8B%E0%A6%9C%E0%A6%BE%E0%A6%87 ফাইল আপলোড]' বুলি এটা ক্লিক কৰিব পৰা লিংক পাব।
* ফাইল আপলোডত ক্লিক কৰিলে ছবি আপলোড কৰা পৃষ্ঠাটো দেখুৱাব। তাৰে 'choose file' বুটামত ক্লিক কৰি ওলোৱা ফাইল-বক্সত আপুনি নিজৰ কম্পিউটাৰৰপৰা ছবিখন বাচি লওঁক, লক্ষ্য ফাইলৰ নামটো ছবিখনৰ বিষয়ৰ লগত মিলি যোৱা কিন্তু চুটি নাম এটা দিয়ক (ইংৰাজীত দিব, তেতিয়াহ'লে আন ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধা হ'ব), সাৰাংশ অংশত ছবিখনৰ বিষয়, আৰু কি তথ্য বুজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে উল্লেখ কৰক।
62 নং শাৰী:
ৱিকিপিডিয়াৰ ভিতৰতে লিখাটো প্ৰথম পছন্দ। কিন্তু ৱিকিপিডিয়াত লিখিবলৈ অসুবিধা পালে, প্ৰবন্ধটো অসমীয়া ইউনিকোডত লিখি doc, odt, rtf বা txt যিকোনো এটা ফৰ্মেটত তলৰ ই-মেইল ঠিকনালৈ পঠিয়াই দিব পাৰে। মেইল পঠিওৱাৰ '''অন্তিম তাৰিখ: ৩১-মে', ২০১২'''. মেইলত পঠিয়ালে subject হিচাপে, 'Article for Assamese Wikipedia competition' বুলি উল্লেখ কৰিব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ই-মেইল ঠিকনা (assamesewikipedia@yahoo.com)
 
অসমীয়া ইউনিকোডত লিখিবলৈ অসুবিধা পালে টাইপ কৰা বা হাতে লিখা প্ৰবন্ধ তলৰ ঠিকনালৈ ডাক-যোগে পঠিয়াব পাৰিব। ডাকযোগে পঠিওৱা প্ৰবন্ধ ২৫৩১-মে', ২০১২-ৰ আগতেই আহি পোৱাকৈ পঠিয়াব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ডাক-যোগে প্ৰবন্ধ পঠিওৱাৰ ঠিকনা: (Jyoti Prakash Nath, Simmtronics Semiconductors Ltd. / H.No: 1 / K.C. Das Path / P.P. Road / Rehabari/ Guwahati-8/ Phone:9864917706)
 
==প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহ==