এইচ.আই.ভি/এইড্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ==এইড্‌ছ, AIDS-ৰ সম্পূৰ্ণ অৰ্থ== File:AIDS 20034.gif AIDS বা Acquired Immune Deficiency Syndrome হ’ল, '...

তথ্যপেৰা যোগ আৰু সজ্জা
1 নং শাৰী:
{{Infobox disease
==এইড্‌ছ, AIDS-ৰ সম্পূৰ্ণ অৰ্থ==
|Name = Acquired immunodeficiency syndrome (AIDS)
|Image = Red_Ribbon.svg
|Caption = The [[Red ribbon#Awareness symbol|red ribbon]] is a symbol for [[solidarity]] with HIV-positive people and those living with AIDS.
|Width = 120
|DiseasesDB = 5938
|ICD10 = {{ICD10|B|24 || b|20}}
|ICD9 = {{ICD9|042}}
|ICDO =
|OMIM =
|MedlinePlus = 000594
|eMedicineSubj = emerg
|eMedicineTopic = 253
|MeshID = D000163

{| style="float: right; clear: right; margin: 0 0 0.5em 1em; padding: 0.5em; background: #fffff4; border: 1px solid #ddb; width: 250px; font-size:90%;"

| প্ৰবন্ধটোত ব্যৱহৃত abbreviation সমূহ

AIDS: Acquired immune deficiency syndrome

HIV: [[HIV|Human immunodeficiency virus]]

CD4+: [[T helper cell|CD4+ T helper cells]]

CCR5: [[CCR5|Chemokine (C-C motif) receptor 5]]

CDC: [[Centers for Disease Control and Prevention]]

WHO: [[World Health Organization]]

PCP: [[Pneumocystis pneumonia]]

TB: [[Tuberculosis]]

MTCT: Mother-to-child transmission

HAART: [[Antiretroviral drug|Highly active antiretroviral therapy]]

STI/STD: [[Sexually transmitted disease|Sexually transmitted infection]]/disease

{{Spoken Wikipedia|En-AIDS.ogg|2012-04-10}}

[[File:AIDS 20034.gif|AIDS 20034.gif]]

'''এইডছ''' (AIDS) বাসম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, '''Acquired''' অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ব বা অৰ্জন কৰি লোৱা ৰোগ । '''Immune''' শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷ প্রত্যেক মানুহৰ দেহত ৰোগ প্রতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে । তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্রত বিশেষ ভূমিকা লয় । বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাচ, বেক্টেৰিয়া, প্রট'য'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক সদায়ে আক্রমণ কৰিবলৈ চেষ্টা কৰে । এই বাহ্যিক শত্রুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্রতিৰোধ কৰে । তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্রতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্রতিৰোধকাৰী প্রক্রিয়াটোক Immune System বোলা হয় । '''Deficiency'''-য়ে অভাৱ বুজায় আৰু '''Syndrome''' মানে লক্ষণ ৷

গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয় । ৰোগ প্রতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে ৷ তেনে অৱস্হা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্রমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ বেগাই লৈ যায় । সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি ।<ref>এইড্‌ছ, লেখক- ড. দীনেশ চন্দ্র গোস্বামী আৰু ড. উৎপল কুমাৰ তামুলী</ref>
Line 23 ⟶ 55:
*তেজ সঞ্চাৰণ (Blood transfusion):- সংক্রামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে ।
*এইচ আই ভি আক্রান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ'ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্রমিত হয় ।
*নিচাযুক্ত দ্রব্যসমূহ বেজীৰ দ্বৰাদ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্রান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্রমিত হয় ।
*চিকিৎসকৰ অস্ত্রোপচাৰৰ সামগ্রীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্রমণৰ আশংকা থাকে ।

Line 47 ⟶ 79:

==তথ্য সংগ্ৰহ==
==তথ্যসূত্র==
<references/>

Line 58 ⟶ 90:

[[Categoryশ্ৰেণী:চিকিৎসা বিজ্ঞান]]
[[শ্ৰেণী:ৰোগ]]
[[শ্ৰেণী:যৌনৰোগ]]