চাৰ্লি চেপলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.4) (ৰবট যোগ দিছে :lez:Чаплин, Чарльз
r2.7.3) (ৰবট যোগ দিছে :got:𐍃𐌾𐌰𐍂𐌻𐌹 𐍃𐌾𐌴𐍀𐌻𐌹𐌽; cosmetic changes
1 নং শাৰী:
[[শ্ৰেণী:জীৱনী]]
[[শ্ৰেণী:চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি]]
{{তথ্যছক লেখক
| bgcolour = lightgray
Line 24 ⟶ 22:
১৯৯৯ চনত [[আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠান]]এ( American Film Institute) চাৰ্লি চেপলিনক সৰ্বকালৰ দশম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা হিছাপে অভিহিত কৰে <ref>{{cite web|url=http://www.afi.com/tvevents/100years/stars.aspx|archiveurl=http://web.archive.org/web/20080822055357/http://www.afi.com/tvevents/100years/stars.aspx|archivedate=22 August 2008|title=AFI's 100 YEARS...100 STARS|date=Wed, 16 June 1999|publisher=American Film Institute|accessdate=4 June 2010}}</ref> | ২০০৮ চনত মাৰ্টিন চেফে [[Chaplin: A Life]] গ্ৰন্থৰ সমালোচনা কৰিবলৈ গৈ লিখে যে-"চেপলিন কেৱল ‘ডাঙৰেই’ নাছিল, তেওঁ ‘বৃহৎ’ আছিল | ১৯১৫ চনত যুদ্ধবিধ্বস্ত পৃথিৱীত প্ৰৱেশ কৰি তেওঁ আমাক হাস্যৰস, হাঁহি আৰু স্বস্তিৰ উশাহ ল’বলৈ দিছিল | ইয়াৰ পিছৰ ২৫ বছৰ নিৰাশাৰ সময়্ত আৰু আল্ডফ হিটলাৰৰ অভ্যুথানৰ সময়তো তেওঁ নিজৰ কাম কৰি গৈছিল | আন কোনো ব্যক্তিয়ে যে সাধাৰণ ৰাইজক তেওঁলোকৰ সকলোতকৈ প্ৰয়োজনীয় সময়ত ইমান মনোৰঞ্জন, সুখ আৰু স্বস্তি দিছে তাত সন্দেহ আছে |""<ref name=Sieff>Sieff, Martin.[http://washingtontimes.com/news/2008/dec/21/his-gift-of-comedy-for-a-weary-world/ ''Washington Times -Books''] 21 December 2008</ref> [[জৰ্জ বাৰ্নাড শ্ব’]]ই চেপলিনক "চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ জিনিয়াছ" আখ্যা দিছিল <ref>{{cite news|url=http://www.independent.co.uk/news/people/news/the-big-question-does-charlie-chaplin-merit-a-museum-in-his-honour-and-what-is-his-legacy-1826871.html |title=The Big Question: Does Charlie Chaplin merit a museum in his honour, and what is his legacy? – News, People |work=The Independent |location=UK | |date= 25 November 2009|accessdate=21 April 2010 | first=John | last=Walsh|archiveurl = http://www.webcitation.org/5uKhVAkON |archivedate = 18 November 2010|deadurl=no}}</ref> |
 
== জীৱনী ==
=== লণ্ডনৰ শৈশৱকাল (১৮৮৯-১৯০৯) ===
১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে ইষ্ট স্ত্ৰিট, ৱালৱৰ্থ, লণ্ডনত চাৰ্লছ স্পেনচাৰ চেপলিনৰ জন্ম হয় <ref>{{cite book|last=Lynn|first=Kenneth|title=Charlie Chaplin and His Times|accessdate=4 June 2010|edition=illustrated|year=1997|publisher=Simon and Schuster|isbn=978-0-684-80851-2|page=39}}</ref> | ( ২০১১ চনত তেওঁলৈ বুলি লিখা এখন চিঠি পোহৰলৈ আহে য’ত তেওঁৰ জন্ম প্ৰকৃততে স্মিথৱিক, স্টেফ’ৰ্ডচায়াৰৰ ব্লেক পেত্ছ পাৰ্কত এটা জীপছী কাৰাভানত হৈছিল <ref>[http://www.expressandstar.com/news/2011/02/18/charlie-chaplin-was-born-into-midland-gipsy-family/ Express & Star, 18 Feb 2011]</ref>) | চেপলিনৰ পিতৃ-মাতৃ আছিল লণ্ডনৰ মিউজিক হলৰ মনোৰঞ্জনকাৰী | পিতৃ চাৰ্লছ স্পেনচাৰ চেপলিন (জেষ্ঠ্য) আছিল অভিনেতা আৰু গায়ক, আনহাতে মাতৃ হান্না চেপলিনে (মঞ্চ নাম লিলি হাৰ্লি) অভিনেত্ৰী আৰু গায়িকা হিছাপে কাম কৰিছিল <ref>{{cite book|last=Robinson|first=David|title=Chaplin, the mirror of opinion|accessdate=21 June 2010|edition=illustrated|year=1983|publisher=Indiana University Press|isbn=978-0-253-21160-6|page=6}}</ref> | চাৰ্লিৰ বয়স তিনি বছৰ হোৱাৰ আগতেই তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয় | চাৰ্লি আৰু তেওঁৰ অৰ্দ্ধ-ভ্ৰাতৃ [[চিডনী চেপলিন]] মাকৰ লগত ৱালৱৰ্থৰ বাৰ্ল’ স্ত্ৰিটত থাকিবলৈ লয় | চাৰ্লি চেপলিনে মাক দেউতাকৰ পৰাই সংগীতৰ প্ৰাথমিক জ্ঞান লাভ কৰে |
 
Line 36 ⟶ 34:
এঘাৰ বছৰৰ পিছত হলীউডত চাৰ্লিয়ে ড’ৰ’ক পুনৰ লগ পায় | ড’ৰ’ই ইতিমধ্যে চাৰ্লিৰ নাম পাহৰি পেলাইছিল | তেওঁলোকে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু চেপলিনে ড’ৰ’ৰ আগত তেওঁৰ গোপন প্ৰেমৰ কথা প্ৰকাশ কৰে | দুবছৰ পিছত তেওঁলোক পুনৰ নিউয়ৰ্কত মিলিত হয় | চাৰ্লিৰ মতে তেওঁলোকে কেৱল নীৰৱতাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল | কিন্তু কেন্নেথ লীনে আঙুলিয়াই দিছে যে "নীৰৱতাৰে মেৰীৰ লগত কেৱল আহাৰ গ্ৰহণ কৰা হ’লে চেপলিন চেপলিনৰ দৰে নহ’লহেঁতেন |"<ref>Lynn, Kenneth Schuyler, ''Charlie Chaplin and His Times'' (Simon & Schuster, 1997), pp. 210–11.</ref>
 
=== আমেৰিকাত প্ৰথম কেইবছৰ (১৯১০-১৯১৩) ===
[[Fileচিত্ৰ:Charlie Chaplin I.jpg|thumb|upright|left|চেপলিন চাৰ্কা ১৯১০]]
চেপলিনে [[ফ্ৰেড কাৰ্ন’]] দলৰ লগত ১৯১০ৰ পৰা ১৯১২ লোকে পোনপ্ৰথমবাৰ আমেৰিকা ভ্ৰমণ কৰে | ইংলেণ্ডত পাঁচ মাহ কটোৱাৰ পিছত তেওঁ ১৯১২ চনৰ অক্টোবৰত দলটোৰ লগত দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ যায় | ১৯১৩ৰ শেষৰ ফালে [[মেক চেনেট]], [[মেবেল নৰমাণ্ড]], [[মিণ্টা ডাৰ্ফী]] আৰু [[ৰচকো আৰ্বাকল]]এ চাৰ্লিৰ অভিনয় প্ৰত্যক্ষ কৰে | চেনেটে তেওঁক কিষ্ট’ন ষ্টুডিঅ’লৈ [[ফ’ৰ্ড ষ্টাৰ্লিং]]ৰ সলনি অভিনয় কৰিবলৈ মাতে <ref>{{cite book |title=My Autobiography |last=Chaplin |first=Charles |year=1964 |publisher=Penguin |isbn=978-0-14-101147-9 |pages=137–139 }}</ref> | ছবিত অভিনয়ৰ প্ৰয়োজনীয়তা অনুসৰি অভিনয় কৰাত চাৰ্লি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল | [[মেকিং এ লিভিং]](Making a Living) ছবিত চাৰ্লিৰ অভিনয় দেখি চেনেটে এটা ডাঙৰ ভুল কৰা বুলি অনুভৱ কৰিলে <ref>{{cite book |title=My Autobiography |last=Chaplin |first=Charles |year=1964 |publisher=Penguin |isbn=978-0-14-101147-9 |page=149 }}</ref> | কিন্তু নৰমাণ্ডৰ কথামতে তেওঁ চাৰ্লি চেপলিনক আন এটা সুযোগ দিবলৈ মান্তি হয় <ref>{{cite book |title=Mabel: Hollywood's First I Don't Care Girl |last=Fussell |first=Betty|authorlink=Betty Fussell |year=1982 |publisher=Limelight Edition |isbn=978-0-87910-158-9 |pages=70–71 }}</ref> |
 
Line 44 ⟶ 42:
ইয়াৰ পিছত চেপলিনে নৰমাণ্ডৰ কেইবাখনো ছবিত কাম কৰে <ref name="Chaplin149-150">{{cite book |title=My Autobiography |last=Chaplin |first=Charles |year=1964 |publisher=Penguin |isbn=978-0-14-101147-9 |pages=149–150 }}</ref> | এগৰাকী মহিলাৰ নিৰ্দেশমতে অভিনয় কৰাটো চেপলিনৰ পছন্দ হোৱা নাছিল আৰু প্ৰায়েই তেওঁলোকৰ মতানৈক্য হৈছিল | শেষত তেওঁলোকৰ মাজত পুনৰ সুহৃদয়তা গঢ় লৈ উঠে আৰু চেপলিনে কিষ্ট’ন ত্যাগ কৰাৰ পিছতো ই অটুট থাকে |
 
== তথ্যসূত্ৰ ==
{{reflist}}
 
[[শ্ৰেণী:জীৱনী]]
[[শ্ৰেণী:চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি]]
 
[[af:Charlie Chaplin]]
Line 88 ⟶ 89:
[[gd:Charlie Chaplin]]
[[gl:Charlie Chaplin]]
[[got:𐍃𐌾𐌰𐍂𐌻𐌹 𐍃𐌾𐌴𐍀𐌻𐌹𐌽]]
[[gu:ચાર્લી ચૅપ્લિન]]
[[he:צ'ארלי צ'פלין]]