থমাছ আলভা এডিচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
{{সম্পাদনা দ্বন্দ}}
{{Infobox person
Line 27 ⟶ 28:
আমেৰিকাৰ অহায়ো প্ৰদেশৰ মিলানত টমাচ আলভা এডিচনৰ জন্ম হৈছিল আৰু মিচিগান প্ৰদেশৰ পোৰ্ট হুৰনত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেমুৱেল অগডেন এডিচন জুনিয়ৰ আৰু নেঞ্চি মেথিউজ এলিয়তৰ সপ্তম আৰু পেট-মোচা সন্তান আছিল।<ref>[http://tps.cr.nps.gov/nhl/detail.cfm?ResourceId=443&ResourceType National Historic Landmarks Program (NHL)]</ref> বিদ্যালয়ত এডিচনে মন বহুৱাব পৰা নাছিল। শিক্ষকে তেওঁক ‘ঘোলা কণী’ আখ্যা দিছিল। মাত্ৰ তিনি মাহতে তেওঁ বিদ্যালয় এৰিছিল। মাকে তেওঁক ঘৰত লিখা-পঢ়া শিকাইছিল।.<ref>{{cite web| url=http://www.nps.gov/edis/home_family/fam_album.htm| title=Edison Family Album| publisher=US National Park Service| accessdate=March 11, 2006|archiveurl = http://www.webcitation.org/5umTYO7Sd |archivedate = December 6, 2010|deadurl=no}}</ref> আৰ জি পাৰ্কাৰৰ ‘স্কুল অৱ নেচাৰেল ফিল’চফী আৰু ‘দ্যা কুপাৰ ইউনিয়ন’ গ্ৰন্থৰ পৰা তেওঁ বেছিখিনি শিক্ষা লাভ কৰিছিল।
 
শৈশৱকালত ভোগা স্কাৰলেট ফিভাৰ (scarlet fever) আৰু বাৰে বাৰে হৈ থকা মধ্য-কৰ্ণৰ সংক্ৰমণৰ ফলত এডিচনৰ শ্ৰৱণ শক্তিৰ সমস্যাই গা কৰি উঠিছিল। ১৮৫৪ চনত মিলানত এটা বাইপাছ ৰেলপথ নিৰ্মাণ কৰাৰ ফলত স্বৰূপে এডিচনৰ পৰিয়ালক মিচিগান প্ৰদেশৰ প'ৰ্ট হুৰনলৈ উঠি যাবলৈ বাধ্য কৰোৱা হৈছিল যদিও তেওঁ তাত এটা অম্ল-মধুৰ জীৱনেই কটাইছিল।<ref>Josephson, p 18</ref> জীৱিকা অৰ্জনৰ বাবে তেওঁ প'ৰ্ট হুৰন আৰু ডেট্ৰ'ইটৰ মাজত চলাচল কৰা ৰেলত কেণ্ডি আৰু বাতৰি কাকত বিক্ৰি কৰিছিল। অধিক উপাৰ্জন কৰিবলৈ তেওঁ শাক-পাচলিও বিক্ৰি কৰিছিল। এইবোৰৰ মাজতো তেওঁ কিন্তু বৈজ্ঞানিক চিন্তা-চৰ্চা বাদ দিয়া নাছিল। তেওঁ গুণাত্মক বিশ্লেষণ (qualitative analysis) অধ্যয়ন কৰিছিল আৰু ৰেলৰ ডবাতে পৰীক্ষাগাৰ পাতি ৰাসায়নিক পৰীক্ষা-নিৰীক্ষাও চলাই গৈছিল। <ref name="Cite CAB|Edison, Thomas Alva">{{Cite CAB|Edison, Thomas Alva}}</ref> পিছে দুৰ্ভাগ্যবশতঃ এদিন পৰীক্ষাগাৰত জুই লাগিল। খঙতে ৰেলৰ পৰিচালক (train conductor)এজনে তেওঁক চৰিয়ালে আৰু স্মিথ ক্ৰিক ষ্টেচনত পৰীক্ষাগাৰৰ সকলো লাম-লাকটুসহ তেওঁক নমাই দিলে। সেইদিনাৰ পৰা ৰেলৰ ডবাত বৈজ্ঞানিক পৰীক্ষা চলোৱা নিষিদ্ধ কৰা হ'ল। <ref name="Josephson">"Edison" by [[Matthew Josephson]]. McGraw Hill, New York, 1959, ISBN 978-0-07-033046-7</ref><ref>"Edison: Inventing the Century" by [[Neil Baldwin]], University of Chicago Press, 2001, ISBN 978-0-226-03571-0</ref>
বাতৰি কাকত বিকি থকা দিনতে এডিচনে চাৰিজন সহযোগীৰ সৈতে ''গ্ৰেণ্ড ট্ৰাংক হেৰল্ড'' নামেৰে কাকত এখনৰ প্ৰকাশনা আৰম্ভ কৰিলে আৰু অন্যান্য কাকতৰ সৈতে তেওঁৰ কাকতখনো বিকিবলৈ ধৰিলে। ।<ref name="Cite CAB|Edison, Thomas Alva"/> এই ঘটনাটোৰ দ্বাৰাই তেওঁৰ ব্যৱসায়িক প্ৰতিভাৰ প্ৰথম স্ফুৰণ হৈছিল। পাছলৈ তেওঁ আজিও পৃথিৱীৰ অন্যতম বৃহৎ কোম্পানী হিচাপে জিলিকি থকা ''জেনেৰেল ইলেক্ট্ৰিক''কে ধৰি চৈধ্যটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল।<ref>{{cite web|url=http://www.tradingmarkets.com/.site/news/Stock%20News/2266720/ |title=GE emerges world's largest company: Forbes |publisher=Trading Markets.com |date=April 10, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYYG9X |archivedate = December 6, 2010|deadurl=no}}</ref><ref>{{cite web|url=http://www.indianexpress.com/news/ge-emerges-worlds-largest-company-forbes/445093 |title=GE emerges world's largest company: Forbes |publisher=Indian Express.com |date=April 9, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYurUQ |archivedate = December 6, 2010|deadurl=no}}</ref>
 
==টেলিগ্ৰাফাৰ==
এডিচনে এখন চলন্ত ট্ৰেইনৰ সন্মুখৰ পৰা জিমি মেকেঞ্জি নামৰ এটা তিনিবছৰীয়া শিশুক বচাইছিল। জিমিৰ দেউতাক জে. ইউ. মেকেঞ্জি আছিল এজন ষ্টেচন এজেণ্ট। কৃতজ্ঞতাৰ চিন-স্বৰূপে জিমিৰ দেউতাকে এডিচনক টেলিগ্ৰাফ অপাৰেটৰৰ কাম শিকালে। কাম শিকি এডিচনে গ্ৰেণ্ড ট্ৰাংক ৰেলৱেৰ টেলিগ্ৰাফিৰ কামত সোমোল। <ref>Baldwin, page 37</ref> ১৯৬৬ চনত এডিচনে কেণ্টাকি প্ৰদেশৰ লুইচভিলিলৈ যাত্ৰা কৰিলে। তাত তেওঁ ৱেষ্টাৰ্ণ ইউনিয়নৰ এজন কৰ্মচাৰী ৰূপে সংবাদ প্ৰতিষ্ঠান [[এচোচিয়েটেড প্ৰেছ]]ত সেৱা আগবঢ়াবলৈ ললে। বৈজ্ঞানিক অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে যাতে পৰ্যাপ্ত সময় পায়, তাৰ বাবে তেওঁ নাইট চিফ্ট (night shift) দিবলৈ কৰ্তৃপক্ষক অনুৰোধ জনালে। পিছে ১৮৬৭ চনৰ এনিশা এটা লিড এচিড বেটাৰীৰে কাম কৰি থাকোঁতে চালফিউৰিক এচিদ মজিয়াত বিয়পি পৰিল। কিছু এচিদ এডিচনৰ মুৰব্বী বিষয়াগৰাকীৰ মেজৰ তলতো পৰিল। ঘটনাৰ ফলস্বৰূপে পিছদিনা পুৱাই এডিচনে কামৰ পৰা খেদা খালে। <ref>Baldwin, pages 40–41</ref>
 
এডিচনৰ প্ৰাৰম্ভিক কালৰ কিছুমান উদ্ভাৱন টেলিগ্ৰাফৰ সৈতে জড়িত আছিল; যেনে ষ্টক টিকাৰ (stock ticker)। এডিচনে প্ৰথম পেটেণ্ট লাভ কৰা উদ্ভাৱনটো হ'ল ইলেক্ট্ৰিক ভোট ৰেকৰ্ডাৰ। ই ১৮৬৯ চনৰ ১ জুন তাৰিখে যুক্তৰাষ্ট্ৰৰ পেটেণ্ট লাভ কৰিছিল। পেটেণ্ট নং আছিল ৯০,৬৪৬। <ref>{{cite web|url=http://patimg1.uspto.gov/.piw?docid=US000090646 |title=U.S. Patent 90,646 |publisher=Patimg1.uspto.gov |accessdate=January 9, 2010|archiveurl = http://www.webcitation.org/5umTav9mt |archivedate = December 6, 2010|deadurl=no}}</ref> <ref>[http://edison.rutgers.edu/vote.htm The Edison Papers], Rutgers University. Retrieved March 20, 2007.</ref>
 
== বিবাহ আৰু সন্তান==
[[File:Mina Edison 1906.jpg|thumb|মীনা এডিচন, চন ১৯০৬ চন]]
১৮৭১ চনৰ ২৫ ডিচেম্বৰত এডিচনে মাত্ৰ দুমাহ আগেয়ে লগ পোৱা মেৰী ষ্টিলৱেল নামৰ এজনী ষোল বছৰ বয়সীয়া ছোৱালীক বিয়া কৰায়। মেৰীয়ে এডিচনৰে দোকান এখনৰ কৰ্মচাৰী আছিল। তেওঁলোকৰ তিনিটা সন্তান আছিল:
On December 25, 1871, Edison married 16-year-old Mary Stilwell, whom he had met two months earlier as she was an employee at one of his shops. They had three children:
* Marionমেৰিয়ন Estelleএষ্টেল Edisonএডিচন (1873–1965১৮৭৩-১৯৬৫), nicknamedউপ-নাম "Dot"'ডট'<ref>Baldwin 1995, p.60</ref>
* Thomasটমাছ Alvaআলভা Edisonএডিচন, Jr.জুনিয়ৰ (1876–1935১৮৭৬-১৯৩৫), nicknamedউপ-নাম "Dash"'ডেছ'<ref>Baldwin 1995, p.67</ref>
* Williamউইলিয়াম Leslieলেচলে Edisonএডিচন (1878–1937১৮৭৮-১৯৩৭) Inventorউদ্ভাৱক, graduateশ্বেফিল্ড ofচাইণ্টিফিক theস্কুল, Sheffieldয়েলেৰ Scientificস্নাতক, School at Yale,১৯০০ 1900.চন<ref>{{cite news |coauthors= |title=Older Son To Sue To Void Edison Will; William, Second Child Of The Counsel |url= |quote=The will of Thomas A. Edison, filed in Newark last Thursday, which leaves the bulk of the inventor's $12&nbsp;million estate to the sons of his second wife, was attacked as unfair yesterday by William L. Edison, second son of the first wife, who announced at the same time that he would sue to break it. |work=New York Times |date=October 31, 1931}}</ref>
 
Mary১৮৮৪ Edisonচনৰ died onআগষ্টৰ Augustদিনা 9,সম্ভৱতঃ 1884,মগজুৰ ofটিউমাৰ unknown causes: possibly from a [[brain tumor]],হৈ<ref>[http://memory.loc.gov/ammem/edhtml/edbio.html The Life of Thomas Edison]. [http://memory.loc.gov/ammem/index.html American Memory from the Library of Congress]. Retrieved March 3, 2009.</ref> possibly fromঅথবা aঅত্যধিক [[পৰিমাণে গ্ৰহণ কৰা মৰফিনৰ (morphine overdose]].) বাবে মেৰী এডিচনৰ মৃত্যু হয়।<ref>[http://news.rutgers.edu/medrel/research/rh-2011/thomas-edison2019s-f-20111115 ''Rutgers Today'']. Retrieved November 18, 2011</ref>
 
Mary Edison died on August 9, 1884, of unknown causes: possibly from a [[brain tumor]],<ref>[http://memory.loc.gov/ammem/edhtml/edbio.html The Life of Thomas Edison]. [http://memory.loc.gov/ammem/index.html American Memory from the Library of Congress]. Retrieved March 3, 2009.</ref> possibly from a [[morphine overdose]].<ref>[http://news.rutgers.edu/medrel/research/rh-2011/thomas-edison2019s-f-20111115 ''Rutgers Today'']. Retrieved November 18, 2011</ref>
 
On February 24, 1886, at the age of thirty nine, Edison married 20-year-old Mina Miller in [[Akron, Ohio]].<ref>{{cite web |url=http://www.ieeeghn.org/wiki/index.php/Thomas_Edison%27s_Children |title=Thomas Edison's Children |date={{Start date|2010|12|16}} |work=IEEE Global History Network |publisher=IEEE |accessdate={{Start date|2011|6|30}}}}</ref> She was the daughter of inventor [[Lewis Miller (philanthropist)|Lewis Miller]], co-founder of the [[Chautauqua Institution]] and a benefactor of [[Methodist]] charities. They also had three children: