সূৰ্য গ্ৰহণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :oc:Eclipsi solar
r2.7.3) (ৰবট যোগ দিছে :mzn:کسوف; cosmetic changes
1 নং শাৰী:
[[Imageচিত্ৰ:Geometry of a Total Solar Eclipse.svg|thumb|250px|right|পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণৰ জ্যামিতি (স্কেলত নাই)]]
[[Imageচিত্ৰ:Solar_eclipse_1999_4_NR.jpg|thumb|250px|right| ১১ আগষ্ট ১৯৯৯ চনৰ পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ|১১ আগষ্ট ১৯৯৯ চনৰ পূৰ্ণাগৰহ সৰ্য গ্ৰহণ]]
 
[[সূৰ্য]], [[পৃথিৱী]] আৰু [[চন্দ্ৰ]] নিজ [[কক্ষপথ]]ত আবৰ্তন কৰি থাকোতে কেতিয়াবা [[চন্দ্ৰ]] যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে [[পৃথিবী]] আৰু [[সূৰ্য|সূৰ্যৰ]] মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে '''সূৰ্যগ্ৰহণ''' বোলা হয়। [[অমাবশ্যা]]ৰ পাছত [[ন-জোন]] ওলোৱাৰ সময়তে এই ঘটনা ঘটে। পৃথিৱীত প্ৰতি বছৰে অন্তত দুটাৰ পৰা পাচঁটা সূৰ্যগ্ৰহণ হোৱা দেখা যায়। অৱশ্যে দূটাতকৈ অধিক পূৰ্ণগ্ৰাস দেখা নাযায়।<ref>{{cite book
13 নং শাৰী:
}}</ref> সাধাৰণতে এবছৰত এই ঘটনা দুইৰ পৰা সৰ্বোচ্চ পাঁচ বাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰে পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ শূণ্যৰ পৰা দুবাৰ হ’ব পাৰে। পূৰ্ণাগ্ৰহ সুৰ্য গ্ৰহণ সাধাৰণতে অতি বিৰল।
 
== প্ৰকাৰ ==
'''পূৰ্ণাগ্ৰহ সুৰ্য গ্ৰহণ'' এই গ্ৰহণত সৰ্যটো চন্দ্ৰৰ দ্বাৰা সম্পূৰ্ণ ৰূপে ঢাক খায় ।
 
22 নং শাৰী:
'''আংশিক সূৰ্য গ্ৰহণঃ''' এই গ্ৰহণত সূৰ্যটো চন্দ্ৰৰ দ্বাৰা আংশিক ভাবে ঢাক খায় ।
 
== ইতিহাস ==
==== পুনৰাবৃতিৰ চক্ৰ ====
বেবীলনীয় সভাতাৰ সময়ৰ পৰা মানুহে সূৰ্যগ্ৰহণৰ পৰ্যায়কাল নিৰ্ণয় কৰাৰ প্ৰমাণ পোৱা যায়। খ্ৰীঃ পূৰ্ব ১০০০তে সূৰ্যগ্ৰহণৰ পূৰ্বাভাস মানুহে দিব পাৰিছিল। এই সময়ৰ [[কেলেণ্ডাৰ]]প্ৰস্তুত কৰা [[জ্যোতিষী]] সকলে গ্ৰহণ সম্বন্ধে এটা আশ্চৰ্যকৰ মিল লক্ষ্য কৰে। তেওঁলোকে দেখে যে ১৮ বছৰ ১০ দিন মূৰে মূৰে একেধৰণৰ গ্ৰহণৰ পুনৰাবৃতি হয়। এনেদৰে [[পুণৰাবৃবিৰ চক্ৰ]]ৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক চিহ্নিত কৰাৰ প্ৰথা আৰম্ভ হয়। <ref>[http://eclipse.gsfc.nasa.gov/SEpubs/20090722/TP214169a.pdf পুণৰাবৃবিৰ চক্ৰৰ ইতিহাস পৃ:৯]</ref>
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত হঠাৎ দিনতেই ৰাতিৰ আন্ধাৰ নামি আহে আৰু চাৰিওফালৰ প্ৰাকৃকিত পৰিবেষত অনুৰূপ পৰিৱৰ্তন আহে। বতাহৰ গতি স্থিৰ হোৱা দেখা যায় আৰু হঠাৎ তাপমাত্ৰাও কমা দেখা যায়, চৰাই বাহঁলৈ উভটাৰ দৃশ্য এই সময়ত দেখা যায়।
 
== বৈজ্ঞানিক বাখ্যা ==
সূৰ্য গ্ৰহণ প্ৰকৃততে [[চন্দ্ৰ]], [[সূৰ্য]] আৰু [[পৃথিৱী]]ৰ [[আবৰ্তন]]ৰ বাবে ঘটা এটা আকস্মিক ঘটনা । পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব চন্দৰৰ দূৰত্বতকৈ প্ৰায় ৪০০ গুণ অধিক আৰু সূৰ্যৰ ব্যাস চন্দ্ৰৰ ব্যাসতকৈ প্ৰায় ৪০০ গুণ বেছি। সেয়ে চন্দ্ৰ আৰু সূৰ্যৰ আপেক্ষিক আকাৰ পৃথিৱীৰ পৰা প্ৰায় সমান দেখি, প্ৰায় পাৰ্থক্য ০.৫ ডিগ্ৰীৰ। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ কক্ষপথ আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ [[কক্ষপথ]] উপবৃত্তাকাৰ। সেয়ে বেলেগ বেলেগ সময়ত চন্দৰ আৰু সূৰ্যৰ আপেক্ষিক আকাৰ বেলেগ বেলেগ দেখা যায়। চন্দ্ৰ যেতিয়া পৃথিৱীৰ দূৰৈত অৱস্থান কৰি থাকে অথবা যেতিয়া পৃথিৱী সূৰ্যৰ তুলনামূলক ভাবে ওচৰত অৱস্থান কিৰ থাকে, তেতিয়া সূৰ্য গ্ৰহণ ঘটিলে চন্দ্ৰৰ আপেক্ষিক আকাৰ সূৰ্যতকৈ সৰু হয় আৰু ফলত সমকোণীয় পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ ঘটে। হাইব্ৰিড পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ যেতিয়া এই উপবৃত্তাকাৰ কক্ষপথৰ এটা অংশৰ পৰা আন এটা অংশলৈ চন্দ্ৰ বা পৃথিৱীৰ স্থান সলনি হয় তেতিয়া ঘটিব পাৰে।
 
 
 
== তথ্যসুত্ৰ ==
<references/>
 
=== অধিক সংযোগ ===
* {{cite book|author=Harrington, Philip S.|year=1997|title=Eclipse! The What, Where, When, Why and How Guide to Watching Solar and Lunar Eclipses|publisher=John Wiley and Sons|location=New York|isbn=0-471-12795-7}}
* {{cite book|last=Mobberley|first=Martin|year=2007|title=Total Solar Eclipses and How to Observe Them|series=Astronomers' Observing Guides|location=New York|publisher=Springer|isbn=978-0-387-69827-4}}
* {{cite book|last=Steel|first=Duncan|authorlink=Duncan Steel|year=1999|title=Eclipse: The celestial phenomenon which has changed the course of history|publisher=Headline|location=London|isbn=0-7472-7385-5}}
 
=== বাহ্যিক সংযোগ ===
{{Commons category}}
{{Wikipedia books|Solar Eclipses}}
{{Spoken Wikipedia-2|2006-05-03|Solar_eclipse_Part_1.ogg|Solar_eclipse_Part_2.ogg}}
* [http://eclipse.gsfc.nasa.gov/eclipse.html NASA Eclipse Web Site]
* [http://www.hermit.org/Eclipse/ Detailed eclipse explanations and predictions], Hermit Eclipse
* [http://www.zam.fme.vutbr.cz/~druck/Eclipse/ Eclipse Photography], Prof. Miroslav Druckmüller
* [http://www.shadowandsubstance.com/2009%200722%20SOLAR%20ECLIPSE/July%2022%202009%20Total%20Eclipse%20of%20the%20Sun.html Animated maps of 2009 solar eclipses], Larry Koehn
* [http://xjubier.free.fr/en/site_pages/solar_eclipses/5MCSE/xSE_Five_Millennium_Canon.html Five Millennium (−1999 to +3000) Canon of Solar Eclipses Database], Xavier M. Jubier
* [http://alienworlds.glam.ac.uk/solarEclipse.html Animated explanation of the mechanics of a solar eclipse], University of Glamorgan
* [http://www.twanight.org/newTWAN/gallery.asp?Gallery=Eclipses&page=1 Eclipse Image Gallery], The World at Night
 
 
[[শ্ৰেণী:জ্যোতিৰ্পদাৰ্থ বিজ্ঞান]]
Line 108 ⟶ 107:
[[ms:Gerhana matahari]]
[[mt:Eklissi solari]]
[[mzn:کسوف]]
[[nds:Sünndüüsternis]]
[[nl:Zonsverduistering]]