শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
নতুন পৃষ্ঠা: [[File: Thoth08BigasDrumEvansChalmette.jpg|thumb|কম্পনৰত আৱৰণৰ দ্বাৰা ঢোল এটাই শব্দ সৃষ্টি ... |
|||
9 নং শাৰী:
* মাধ্যমটোৰ নিজৰ গতিৰ দ্বাৰাও শব্দ তৰংগৰ গতি প্ৰভাৱিত হয়। উদাহৰণ স্বৰূপে বায়ুৰ মাজেৰে শব্দৰ গতি বতাহৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে।
* শব্দৰ গতি মাধ্যমটোৰ সান্দ্ৰতাৰ দ্বাৰাও প্ৰভাৱিত হয়। মাধ্যমটোৰ সান্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি গতিশীল শব্দ তৰংগৰ প্ৰাৱল্য হ্ৰাস পায়। বায়ু,পানী আদি বহুতো মধ্যমত সন্দ্ৰতাৰ কাৰণে প্ৰাৱল্যৰ হ্ৰাস উপেক্ষা কৰিব পাৰি।
==শব্দৰ অনুভূতি==
|