শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
==অতিশব্দ আৰু অৱশব্দ‌==
সকলো প্ৰাণীয়ে শব্দৰ অনুভূতি নিৰ্দিষ্ট কম্পনাংকৰ পৰিসৰতহে গ্ৰহণ কৰিব পাৰে। তৰংগৰ কম্পনাংক এ‌ই পৰিসৰতকৈ কম বা বেছি হ’লে তেনে শব্দ‌ শুনা পোৱা নাযায়। মানুহৰ কাৰণে এ‌ই পৰিসৰ হৈছে ২০ হাৰ্জৰ পৰা ২০০০০ হাৰ্জ(২০ কিল’ হাৰ্জ)। এ‌ই পৰিসৰতকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ আৰু কম কম্পনাংকৰ শব্দক অৱশব্দ বোলা হয়। অৰ্থা‌ৎ অতিশব্দৰ কম্পনাংক ২০ কিল’ হাৰ্জতকৈ বেছি হয় আৰু অৱশব্দৰ কম্পনাংক ২০ হৰ্জতকৈকম হয়।
[[File:Sine waves different frequencies.svg|thumb|বিভিন্ন কম্পনাংকৰ তৰংগ: ওপৰৰ পৰা তললৈ তৰংগবোৰৰ কম্পনাংক ক্ৰমে বঢ়ি আহিছে]]
==পদাৰ্থ বিজ্ঞানৰ দৃষ্টিত শব্দ==
[[File:Sine waves different frequencies.svg|thumb|বিভিন্ন কম্পনাংকৰ তৰংগ: ওপৰৰ পৰা তললৈ তৰংগবোৰৰ কম্পনাংক ক্ৰমে বঢ়ি আহিছে]]
পদাৰ্থ বিজ্ঞানৰ দৃষ্টিত শব্দ বুলিলে সকলো ধৰণৰ পদাৰ্থ যেনে কঠিন, তৰল, গেছীয় আৰু প্লাজমাৰ মাজেৰে গতি কৰিব পৰা যান্ত্ৰিক তৰংগ বা কম্পনক বুজা যায়। যিবিলাক পদাৰ্থৰ মাজেৰে শব্দ তৰংগ‌ই গতি কৰিব‌ পৰে সে‌ই পদাৰ্থবোৰক মধ্যম বোলা হয়। মধ্যম অবিহনে অৰ্থা‌ৎ শূণ্যত শব্দ‌ই গতি কৰিব নোৱাৰে।
==অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ‌ তৰংগ==
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে