শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
31 নং শাৰী:
==শব্দবিদ্যা বা এক’ষ্টিক্‌চ্‌==
বিজ্ঞানৰ যিটো বিভাগ, কঠিন, তৰল আৰু গেছীয় পদাৰ্থত বিভিন্ন যান্ত্ৰিক তৰংগ যেনে কম্পন, শব্দ‌, অতিশব্দ, অৱশব্দকে আদিৰ বিষয়ে অধ্যয়ণৰ লগত জড়িত তাকে শব্দবিদ্যা বা এক’ষ্টিক্‌চ্‌ বুলি কোৱা হয়। আধুনিক সমাজৰ প্ৰায় সকলো ক্ষেত্ৰতে শব্দবিদ্যাৰ প্ৰয়োগ দেখা যায়।
 
 
 
 
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে