হেকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
1 নং শাৰী:
[[কম্পিউটাৰ]] বা [[কম্পিউটাৰ নেটৱৰ্ক]]ৰ দুৰ্বলতা বিচাৰি ওলিয়াই সেইবোৰক বিনা অনুমতিত ব্যৱহাৰ কৰা লোক সকলক '''হেকাৰ''' ({{Lang-en|Hacker}}) বোলা হয়, আৰু এনে কৰা কাৰ্যক '''হেকিং''' ({{Lang-en|Hacking}}) বোলা হয়। তদুপৰি হেকাৰ শব্দই কম্পিউটাৰ আৰু কম্পিউটাৰ নেটৱৰ্কৰ বিশদ অভিজ্ঞসম্পন্ন বক্তিকো বুজায়।<ref name="rfc">{{cite web | url=http://tools.ietf.org/html/rfc1983 | title=Request for Comments: 1983 | publisher=Network Working Group | date=August 1996 | accessdate=May 30, 2012}}</ref> সহজ ভাষাত হেকাৰ বুলিলে আমি কম্পিউটাৰ অপৰাধী বুলি জ্ঞান কৰোঁ। বৰ্তমান হেকাৰ বুলিলে যিকোনো কম্পিউটাৰৰ বিনা অনুমতিত ভিতৰত প্ৰৱেশ কৰা ফাইলৰ ক্ষতি সাধন কৰা, হেকিং ছফ্টৱেৰ স্থাপন কৰা, গোপনীয় ফাইল চুৰি কৰা, [[কম্পিউটাৰ ভাইৰাছ|ভাইৰাছ]] স্থাপন কৰা আদি ব্যক্তিক বুজোৱা হয়। আইনমতে হেকাৰ সকলক অপৰাধী বুলি গণ্য কৰা হয়। বিবদমান অৰ্থত আনৰ কম্পিউটাৰৰ ভিতৰত সোমোৱা আৰু বেলেগ নেটৱকত প্ৰৱেশ কৰা বক্তিসকলক '''ক্ৰেকাৰ''' (cracker) বুলি কোৱা হয়, হেকাৰ নহয়।<ref>{{cite web |url=http://catb.org/jargon/html/C/cracker.html |title=Jargon File: Cracker |first=Eric |last=S. Raymond |accessdate=2010-05-08 |quote=Coined ca. 1985 by hackers in defense against journalistic misuse of hacker }}</ref>
হেকাৰ
==হেকাৰৰ প্ৰকাৰ--==
হেকাৰ সকল হল কম্পিউটাৰ অভিজ্ঞসম্পন্ন বক্তি, যিয়ে কম্পিউটাৰৰ প্ৰায় সকলোখিনি তথ বা কথা জানে। সহজ ভাষাত
হেকাৰ বুলিলে আমি কম্পিউটাৰ অপৰাধী বুলি জ্ঞান কৰোঁ।বতমান হেকাৰ বুলিলে যিকোনো কম্পিউটাৰৰ বিনা অনুমতিত ভিতৰত প্ৰৱেশ কৰা ফাইলৰ ক্ষতি সাধন কৰা,
হেকিং ছফটৱেৰ স্থাপন কৰা, গোপনীয় ফাইল চুৰি কৰা।ভাইৰাছ স্থাপন কৰা আদি।আইনমতে হেকাৰ সকলক অপৰাধী বুলি ধৰা হয়।
প্ৰকৃত অথত, আনৰ কম্পিউটাৰৰ ভিতৰত সোমোৱা আৰু বেলেগ নেটৱকত প্ৰৱেশ কৰা বক্তিসকলক ক্ৰেকাৰ বুলি কোৱা হয়, হেকাৰ নহয়।
হেকাৰৰ প্ৰকাৰ--
১।ব্লেক হেট
ক) উচ্চ কম্পিউটাৰৰ জ্ঞান সম্পন্ন বক্তি
Line 12 ⟶ 8:
৩। গ্ৰে হেট
ক) যিয়ে কম্পিউটাৰৰ জ্ঞান ভাল আৰু বেয়া উভয়েৰে বাবে কৰে।
==হেকাৰৰ প্ৰযুক্তি জ্ঞান-==
১। নিঅফ্ৰাইট-নতুন প্ৰজন্ম,যি কম্পিটাৰৰ ছিকউৰিটি সম্পকে নতুন যাৰ প্ৰায়ে কম্পিটাৰ ছিকউৰিটি জ্ঞান নাই।
২। স্ক্ৰীপ্ট কিডি- অকাল পৰিপক্ক যিয়ে নানান স্ক্ৰীপ্ট আৰু হেকিং ছফটেৱৰ লৈ হেকিং সমাধা কৰে।
Line 33 ⟶ 29:
কৰি চায় কেনধৰণৰ যন্ত্ৰ পাতি আছে, স্কেনিং ৰ বাবে হেকাৰ সকলে নানান ৱেৱ ছাইটৰ সহায় লয়। স্কেনিংত সহায় হবৰ কাৰণে হেকাৰ সকলে কিছুমান ছফটেৱৰৰ
সহায় লয় যেনে- ৱাৰ ডায়েলাৰ, পট স্কেনাৰ,নেটৱক স্কেনাৰ, ভালনাৰেৱিলিটি স্কেনাৰ।
 
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
 
[[en:Hacker (computer security)]]
"https://as.wikipedia.org/wiki/হেকাৰ"ৰ পৰা অনা হৈছে