হেকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
1 নং শাৰী:
[[কম্পিউটাৰ]] বা [[কম্পিউটাৰ নেটৱৰ্ক]]ৰ দুৰ্বলতা বিচাৰি ওলিয়াই সেইবোৰক বিনা অনুমতিত ব্যৱহাৰ কৰা লোক সকলক '''হেকাৰ''' ({{Lang-en|Hacker}}) বোলা হয়, আৰু এনে কৰা কাৰ্যক '''হেকিং''' ({{Lang-en|Hacking}}) বোলা হয়। তদুপৰি হেকাৰ শব্দই কম্পিউটাৰ আৰু কম্পিউটাৰ নেটৱৰ্কৰ বিশদ অভিজ্ঞসম্পন্ন বক্তিকো বুজায়।<ref name="rfc">{{cite web | url=http://tools.ietf.org/html/rfc1983 | title=Request for Comments: 1983 | publisher=Network Working Group | date=August 1996 | accessdate=May 30, 2012}}</ref> সহজ ভাষাত হেকাৰ বুলিলে আমি কম্পিউটাৰ অপৰাধী বুলি জ্ঞান কৰোঁ। বৰ্তমান হেকাৰ বুলিলে যিকোনো কম্পিউটাৰৰ বিনা অনুমতিত ভিতৰত প্ৰৱেশ কৰা ফাইলৰ ক্ষতি সাধন কৰা, হেকিং ছফ্টৱেৰ স্থাপন কৰা, গোপনীয় ফাইল চুৰি কৰা, [[কম্পিউটাৰ ভাইৰাছ|ভাইৰাছ]] স্থাপন কৰা আদি ব্যক্তিক বুজোৱা হয়। আইনমতে হেকাৰ সকলক অপৰাধী বুলি গণ্য কৰা হয়। বিবদমান অৰ্থত আনৰ কম্পিউটাৰৰ ভিতৰত সোমোৱা আৰু বেলেগ নেটৱকত প্ৰৱেশ কৰা বক্তিসকলক '''ক্ৰেকাৰ''' (cracker) বুলি কোৱা হয়, হেকাৰ নহয়।<ref>{{cite web |url=http://catb.org/jargon/html/C/cracker.html |title=Jargon File: Cracker |first=Eric |last=S. Raymond |accessdate=2010-05-08 |quote=Coined ca. 1985 by hackers in defense against journalistic misuse of hacker }}</ref>
==শ্ৰেণীবিভাজন==
==হেকাৰৰ প্ৰকাৰ==
হেকাৰসকলক তলত দিয়া ধৰণে শ্ৰেণীবিভাজিত কৰিব পৰা যায়:
১।ব্লেক হেট
;ব্লেক হেট
ক):অনৈতিক কাৰ্যৰ লগত সম্পৰ্কিত উচ্চ কম্পিউটাৰৰ জ্ঞান সম্পন্ন বক্তিব্যক্তি।
খ) অনৈতিক কাযৰ লগত সম্পকিত
২। ;হোৱাইট হেট
ক):কম্পিউটাৰৰ জ্ঞান সমূহ আক্ৰমনাত্মক ভাৱেৰেভাৱৰ বাসলনি ৰক্ষান্তমকৰক্ষনান্তমক ভাৱেৰে প্ৰয়োগ কৰে।
৩। ;গ্ৰে হেট
ক) :যিয়ে কম্পিউটাৰৰ জ্ঞান ভাল আৰু বেয়া উভয়েৰে বাবে কৰে।
 
==হেকাৰৰ প্ৰযুক্তি জ্ঞান==
১। নিঅফ্ৰাইট-নতুন প্ৰজন্ম,যি কম্পিটাৰৰ ছিকউৰিটি সম্পকে নতুন যাৰ প্ৰায়ে কম্পিটাৰ ছিকউৰিটি জ্ঞান নাই।
"https://as.wikipedia.org/wiki/হেকাৰ"ৰ পৰা অনা হৈছে