মহেন্দ্ৰ মোহন চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰাজ্যপাল ,মুখ্যমন্ত্রী,স্বাধীনতা আন্দোলন,
tag, category
1 নং শাৰী:
{{unreferenced}}
'''মহেন্দ্র মোহন চৌধুৰীৰ''' জন্ম ১৯০৯ চনত অসমৰ[[অসম]]ৰ বর্তমান [[বৰপেটা জীলাৰজিলা]]ৰ অর্ন্তগত নগাওনগাঁও নামৰ গাওত।গাঁৱত। এল এল বি পাচ কৰি তেওতেওঁ [[মহাত্মা গান্ধীৰগান্ধী]]ৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰনুৱাআগৰণুৱা হৈ পৰে।গোপিনাথপৰে। [[গোপীনাথ বৰদলৈ]]ৰ নেতৃত্ত্ততনেতৃত্বত অসমক গ্রুপিঙৰ পৰা ৰক্ষাকৰিবলৈৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্রীৰামপুৰত লগ কৰি অসমক পুব পাকিস্থানৰ অঙ্গ নোহোৱাৰ বাবে যোৰাযোৱা অসমৰ দুজনীয়া দলটোৰ এজন আছিল মহেন্দ্র মোহন ছৌধুৰী।চৌধুৰী।
স্বাধীনতাৰ পিচত তেও ভাৰতীয় জাতীয় কংগ্রেজৰ ৰাজনীতিত কৰি ১৯৫৭ চনত তেও নিখিল ভাৰত কঙ্গরেজ কমিটীৰ সাধাৰন সম্পাদক হিচাপে নিযুক্ত হৈচিল পিছত ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ অসমৰচতুর্থজন মুখ্যমন্ত্রী ৰুপে নিযুক্ত হয়।ইয়াৰ পিচত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেখেতে পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে কার্য্ুনির্বাহ কৰে।এই সময়তে তেখতে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ কর্মাৰাজী আন আন ৰাজ্যলৈ বিয়পাব বহু প্রচেষ্তা হাতত লয়।পাঞ্জাৱৰ পাটীয়ালা বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ আসন তাৰেই এটি উদাহৰণ। অসমত উন্নত পদ্ধতিত খেতি কৰোৱা আৰু অসমীয়া ভাষাৰ স্বিকৃতি পোৱাতো তেখেতৰ অবদান উল্লেখযোগ্য।
 
স্বাধীনতাৰ পিচত তেও [[ভাৰতীয় জাতীয় কংগ্রেজৰকংগ্রেছ]]ৰ ৰাজনীতিতযোগদান কৰি ১৯৫৭ চনত তেও নিখিল ভাৰত কঙ্গরেজকংগ্ৰেছ কমিটীৰ সাধাৰনসাধাৰণ সম্পাদক হিচাপে নিযুক্ত হৈচিলহৈছিল। পিছত ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ অসমৰচতুর্থজনঅসমৰ মুখ্যমন্ত্রীচতুর্থজন ৰুপেমুখ্যমন্ত্রীৰূপে নিযুক্ত হয়।ইয়াৰহয়। ইয়াৰ পিচত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেখেতে পাঞ্জাৱৰ[[পঞ্জাব]]ৰ ৰাজ্যপাল হিচাপে কার্য্ুনির্বাহকার্যনির্বাহ কৰে।এই সময়তে তেখতে মহাপুৰুষ [[শ্রীমন্ত শঙ্কৰদেৱৰশঙ্কৰদেৱ]]ৰ কর্মাৰাজী আন আন ৰাজ্যলৈ বিয়পাববিয়পাবলৈ বহু প্রচেষ্তাপ্রচেষ্টা হাতত লয়।পাঞ্জাৱৰলয়। পঞ্জাবৰ পাটীয়ালা বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ আসন তাৰেই এটি উদাহৰণ। অসমত উন্নত পদ্ধতিত খেতি কৰোৱা আৰু অসমীয়া ভাষাৰ স্বিকৃতিস্বীকৃতি পোৱাতো তেখেতৰ অবদানঅৱদান উল্লেখযোগ্য।
 
{{biography stub}}
 
[[শ্ৰেণী:অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি]]
[[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]