ৰামমোহন ৰায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{অনুবাদ}}
 
{{Infobox revolution biography
|name=ৰাজা ৰামমোহন ৰায়
Line 21 ⟶ 19:
}}
 
'''ৰামমোহন ৰায়''', অথবা ৰাজা ৰাম মোহন ৰায় লিখা হয় ৰাজা ৰামমোহন ৰায় (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্রথম ভাৰতীয় ধর্মীয়-সামাজিক পুনর্গঠন আন্দোলন ব্রাহ্মসমাজৰ প্রতিষ্ঠাতা আৰু বাঙালী দার্শনিক। তৎকালীন ৰাজনীতি, জনপ্রশাসন, ধর্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্রভাৱ ৰাখিব পাৰিছিল। তেওঁ সবাতোকৈ বেছি বিখ্যাত হৈছিল, সতীদাহ প্রথা বিলুপ্ত কৰাৰ প্রচেষ্টাৰ বাবে। তেতিয়া হিন্দু বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল|
ৰামমোহন ৰায় কলকাতালৈ আগস্ট ২০, ১৮২৮ চনত ইংল্যান্ড যাত্রাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্রাহ্মসমাজ স্থাপন কৰে। পৰবর্তীকালত এই ব্রাহ্মসমাজ এক সামাজিক আৰু ধর্মীয় আন্দোলন আৰু বাংলাৰ পূনর্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।
 
Line 47 ⟶ 45:
 
== আৰু চাওক==
# [[আদি ধর্ম]]
# [[ব্রাহ্ম ধর্ম]]
# [[ব্রাহ্মসমাজ]]
# [[আদি ব্রাহ্মসমাজ]]
# [[সাধাৰণ ব্রাহ্মসমাজ]]
# [[আর্য সমাজ|আর্য সমাজ]]
# [[বাংলাৰ ইতিহাস]]
# [[প্রার্থনা সমাজ]]
# [[তত্ত্ববোধিনী সভা]]
# [[হিন্দু কলেজ]]
# প্রেসিডেন্সী[[প্রেছিডেন্সী কলেজ]]
 
== তথ্যসূত্র ==