ৰামমোহন ৰায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা
1 নং শাৰী:
{{More footnotes}}
 
{{Infobox revolution biography
|name=ৰাজা ৰামমোহন ৰায়
Line 19 ⟶ 21:
}}
 
'''ৰামমোহন ৰায়''', অথবা({{lang-en|Ram ৰাজাMohan ৰামRoy}}) মোহন ৰায় লিখা হয়অথবা '''ৰাজা ৰামমোহন ৰায়''' (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্রথম ভাৰতীয় ধর্মীয়-সামাজিক পুনর্গঠন আন্দোলন ব্রাহ্মসমাজৰ প্রতিষ্ঠাতা আৰু বাঙালী দার্শনিক। তৎকালীন ৰাজনীতি, জনপ্রশাসন, ধর্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্রভাৱ ৰাখিব পাৰিছিল। তেওঁ সবাতোকৈ বেছি বিখ্যাত হৈছিল, সতীদাহ প্রথা বিলুপ্ত কৰাৰ প্রচেষ্টাৰ বাবে।বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই তেতিয়াসময়ত [[হিন্দু]] বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল।
ৰামমোহন ৰায় কলকাতালৈ আগস্টআগষ্ট ২০, ১৮২৮ চনত ইংল্যান্ডইংলেণ্ড যাত্রাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্রাহ্মসমাজ স্থাপন কৰে। পৰবর্তীকালত এই ব্রাহ্মসমাজব্রাহ্মসমাজে এক সামাজিক আৰু ধর্মীয় আন্দোলন আৰু বাংলাৰ পূনর্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।
 
==শৈশৱ আৰু শিক্ষা==
মে ২২ মে, ১৭৭২ চনত হুগলী জিলাৰ ৰাধানগৰ গাঁৱত ৰামমোহন ৰায়ে জন্মগ্রহণ কৰে এক সম্ভ্রান্ত কুলীন (বন্দোপাধ্যায়) ব্রাক্ষ্মণবংশত।ব্রাক্ষ্মণবংশত জন্মগ্রহণ কৰে। তেওঁৰ বংশত অদ্ভুত বৈপৰীত্য লক্ষ্য কৰা যায়। প্রপিতামহ কৃষ্ণকান্ত ফাৰুখশিয়াৰে আমোলা বাংলাৰ সুবেদাৰৰ আমিনৰ কাৰ্য্য কৰিছিল। সেই সুত্রেই বোধ কৰোঁ এওঁলোকে 'ৰায়' পদবী ব্যবহাৰ। কৃষ্ণকান্তৰ কনিষ্ঠ পুত্র ব্রজবিনোদ ৰামমোহনৰ পিতামহ। পিতা ৰামকান্ত। ৰামকান্তই তিনিবাৰ বিবাহ কৰিছিল। মধ্যমা পত্নী তাৰিণীৰ এগৰাকী কন্যা আৰু দুজন পুত্র-জগমোহন ও ৰামমোহন। এওঁলোকৰ বংশ আছিল বৈষ্ণৱ, কিন্তু ৰামমোহনৰ মাতা আছিল ঘোৰ তান্ত্রিক ঘৰৰ কন্যা। ৰামকান্ত পৈত্রিক এজমালি ভদ্রাসন এৰি পার্শ্ববর্তী লাঙ্গুলপাড়া গাঁৱলৈ সপৰিয়ালে উঠি যায়। তেখেতৰ পিতৃ ৰামকান্ত ৰায় আছিল বৈষ্ণবী আৰু মাতৃ তাৰিণী দেবী আছিল শাক্ত। পোন্ধৰ-ষোল্ল বছৰ বয়সত তেওঁ গৃহত্যাগ কৰি নানাস্থানত ঘূৰি ফুৰে। কাশী আৰু পাটনাত কিছুকাল আছিল আৰু নেপাললৈকো গৈছিল। ইয়াৰ আগেয়ে তেওঁৰ লগত তন্ত্রশাস্ত্রৰ সুপণ্ডিত নন্দকুমাৰ বিদ্যালঙ্কাৰৰ (পাছত হৰিহৰানন্দ তীর্থস্বামী কুলাবধূত নামে পৰিচিত) যোগাযোগ হয়। ৰামমোহনৰ সংস্কৃতত বুৎপত্তি আছিল, তেওঁৰ বেদ-বেদান্তৰ অনুৰাগ নন্দকুমাৰৰ সহযোগিতাত হৈছিল। ব্রক্ষ্ম-উপাসনাৰ প্রতিষ্ঠাত হৰিহৰানন্দ তেওঁৰ দক্ষিণ-হাত আছিল। বাৰাণসীৰ পৰা প্রথাগত সংস্কৃত শিক্ষাৰ পৰপাছত তিনিতেও পাটনাপাটনাৰ থেকেপৰা [[আৰবী]] ওপাৰসীআৰু [[পাৰ্ছী ভাষা]] শেখেন।শিকে। পাছত তেও [[ইংৰাজী]], [[গ্রীক]] আৰু [[হিব্রু ভাষাওভাষা]]ও শিকে।
 
==কর্ম-জীৱন==
তৰুণ বয়সত তেওঁ কলকাতাত মহাজনৰ কাম কৰিছিল। ১৭৯৬ চনত ৰামমোহনে অর্থোপার্জন কৰা আৰম্ভ কৰে। ১৮০৩ ৰ পৰা ১৮১৪ চন পর্য্যন্ত ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানীৰকোম্পানী]]ৰ কর্মচাৰী আছিল। কলকাতালৈ প্রায়ে আহিছিল আৰু নবাগত চিভিলিয়ানসকলৰ লগত পৰিচিত হৈ তেওঁলোকক নানা বিষয়ত সহায় কৰিছিল। এই সুযোগৰ সদ ব্যৱহাৰ কৰি তেওঁ ইংৰাজী শিকি লৈছিল। ব্রিটিশ ইস্টইষ্ট ইন্ডিয়া কোম্পানিৰ কামত চিভিলিয়ান কর্মচাৰীসকলৰ মাজত জন ডিগবীৰ লগত তেওঁৰ সর্বাধিক ঘনিষ্ঠতা হয়। কোম্পানিৰ কামত ডিগবীৰ অধীনত তেওঁ দেৱানৰূপে ৰংপুৰত কাম কৰে ১৮০৩ ৰ পৰা ১৮১৪ চন পর্য্যন্ত। এই সময়ৰ মাজত তেওঁ দু'বাৰ ভূটান সীমান্তলৈ যায় কোম্পানীৰ হৈ কৰা দৌত্যকাৰ্য্যত ডিগবীৰ সাহচৰ্য্যত তেওঁৰ সমস্ত নূতন চিন্তা এই সময়ৰ মাজতেই পৰিপক্কতা লাভ কৰে। ১৮১৫ খ্রীষ্টাব্দৰ পৰা ৰামমোহন কলকাতাৰ স্থায়ী বাসিন্দা হয়, ইয়াৰ পৰাই প্রকাশ্যে তেওঁৰ সংস্কাৰ-প্রচেষ্টাৰ আৰম্ভ হয়। তেওঁৰ প্রথম প্রকাশিত গ্রন্থ ফাৰসী ভাষাত লিখা (ভূমিকা অংশ আৰবীত) তুহফাতুল মুবাহ হিন্দীন। কিতাপখনত একেশ্বৰবাদৰ সমর্থন আছে। ইয়াৰোপৰি একেশ্বৰবাদ (বা ব্রাহ্মবাদ) প্রতিষ্ঠা কৰাৰ কাৰণে বেদান্ত-সূত্র আৰু তাৰ সমর্থনৰ উপনিষদৰবোৰ বাংলা অনুবাদ কৰি প্রচাৰ কৰি থাকিছিল। ১৮১৫ পৰা ১৮১৯ খ্রীষ্টাব্দৰ মাজত প্রকাশিত হয় বেদান্তগ্রন্থ, বেদান্তসাৰ, কেনোপনিষদ, ঈশোপনিষদ, কঠোপনিষদ, মাণ্ডূক্যোপনিষদ আৰু মুণ্ডকোপনিষদ। ৰক্ষণশীল ব্যক্তিসকল ক্রুদ্ধ হৈ তেওঁৰ লেখাৰ প্রতিবাদ দেখুৱাবলৈ ধৰিলে। এই সকলো প্রতিবাদ কটুক্তিপূর্ণ আৰু বিদ্বেষ ভাবাপন্ন। ৰামমোহনেও প্রতিবাদৰ প্রতিবাদ কৰিছিল কিন্তু যুক্তি আৰু ভদ্রভাষাত। প্রতিবাদ-কৰাসকলে সোনকালেই থমকি ৰৈছিল। প্রতিবাদ-কৰাসকলৰ মাজত প্রথম আৰু প্রধান আছিল মৃত্যুঞ্জয় বিদ্যালঙ্কাৰ, এওঁৰ গ্রন্থৰ নাম 'বেদান্তচন্দ্রিকা'। বেদান্তচন্দ্রিকা'ৰ প্রতিবাদত ৰামমোহন ভট্টাচার্যেৰ উচিত বিচাৰ লিখি প্রতিবাদীসকলৰ মুখ বন্ধ কৰি দিছিল। 'বেদান্ত গ্রন্থ' প্রকাশৰ লগতে তেওঁ ব্রক্ষনিষ্ঠ একেশ্বৰ উপাসনাৰ পথ দেখুৱালে আত্মীয় সভা প্রতিষ্ঠা কৰি এই আত্মীয় সভাকেই পাছত তেওঁ ব্রাহ্মসমাজ নাম আৰু ৰূপ দিয়ে|
 
==সতীদাহ আৰু ৰামমোহন ৰায়==
Line 38 ⟶ 40:
 
==সংস্কাৰসমূহ==
===ধর্মীয় সংস্কাৰ===
ৰামমোহন ৰায়ে একেশ্বৰবাদত বিশ্বাস কৰিছিল। এই বিশ্বাসৰ পৰাই তেওঁ ব্রাহ্মসমাজ ও ব্রাহ্মধর্ম প্রতিষ্ঠা কৰে।
ৰামমোহন ৰায়ে সকলো ধর্মীয় আচাৰ অনুষ্ঠান নামানিছিল আৰু তাক প্রকাশ্যে প্রতিবাদ কৰিছিল। তেওঁ ভাবিছিল সকলো ধর্মীয় আচাৰ অনুষ্ঠান কুসংস্কাৰৰ বাদে একো নহয়। ৰামমোহন ৰায়ে বেদৰ বাংলা অনুবাদ প্রকাশ কৰি তেওঁৰ বক্তব্য প্রমাণ কৰে।
ৰামমোহন ৰায়ে বেদৰ বাংলা অনুবাদ প্রকাশ কৰি তেওঁৰ বক্তব্য প্রমাণ কৰে।
 
==শেষ জীৱন==
ৰাম মোহন ৰায়ে ১৮৩১ চনত মুঘল সাম্রাজ্যেৰসাম্রাজ্যৰ দূত হিচাবে যুক্তৰাজ্য ভ্রমণ কৰে, তেওঁ ফ্রান্স ও পৰিদর্শন কৰিছিল। ১৮৩৩ চনত মেনিনজাইটিসত আক্রান্ত হৈ ব্রিস্টলৰ ওচৰত স্টেপলেটনত মৃত্যুবৰণ কৰে। ব্রিস্টলত আৰনচ্‌ ভ্যাল সমাধিস্থলত তেওঁক কবৰ দিয়া হয়। ১৯৯৭ চনত মধ্য ব্রিস্টলত তেওঁৰ এটি মূর্তি স্থাপন কৰা হয়।
 
== আৰু চাওক==
59 নং শাৰী:
# [[প্রেছিডেন্সী কলেজ]]
 
== তথ্য সংগ্ৰহ ==
== তথ্যসূত্র ==
<references />
* নগেন্দ্রনাথ চট্টপাধ্যায়, মহাত্মা ৰাজা ৰামমোহন ৰায়ৰ জীবন চৰিত, কলকাতা, ১৮৮১;
66 নং শাৰী:
* Sivanath Sastri, History of the Brahmo Samaj, 1911
 
== বাহ্যিক সংযোগ ==
== বহিঃসংযোগ ==
* [http://www.calcuttaweb.com/people/rammohan.shtml Biography (Calcuttaweb.com)]