শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
62 নং শাৰী:
 
[[Image:Saraighat_bridge1.jpg|thumb|left|200px|<center>পথৰ সৈতে শৰাইঘাট দলং<center>]]
দলংখনৰ দৈঘ্য ১৪৯২ মিটাৰ আৰু ইয়াৰ নিৰ্মানৰ খৰচ আছিল ১০,৬৫,১৬,৮৯১ টকা৷ শৰাইঘাট দলং নিৰ্মানৰ দায়িত্বত আছিল ''হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছ্ন লিমিটেড'' নামৰ এটা প্ৰতিষ্ঠান৷ প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল যদিও [[জৱাহৰলাল নেহৰু]]ৱে উদ্ধধনউদ্ধোধন কৰি ইয়াক '''শৰাইঘাট দলং''' নাম দিয়ে৷ সম্প্ৰতি থ্ৰীতিনিটা লেনযুক্ত আন এখন দলং শৰাইঘাট দলঙৰ সমান্ত্ৰৰালভাৱেসমান্তৰালভাৱে নিৰ্মান কৰি থকা হৈছে৷<ref>[http://ajirdainikbatori.com/magazine.htm] শৰাইঘাট দলঙৰ কিছু কথা, কুমুদেশ্বৰ হাজৰিকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>