শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
58 নং শাৰী:
 
 
'''শৰাইঘাট দলং''' [[অসম]]ৰ [[গুৱাহাটী]]ত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং৷ ১৯৬২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ দলংখনৰ নিৰ্মান কাৰ্য আৰম্ভ হৈছিল ১৯৮৫১৯৫৮ চনৰ জানুৱাৰী মাহত৷ সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হৈছিল যদিও যাত্ৰীৰ বাবে মুকলি কৰা হয় ১৯৬৩ চনৰ ৭ জুনত৷