অভিযান্ত্ৰিক বিদ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{newpage}} '''ইঞ্জিনিয়াৰিঙ''' হৈছে এবিধ কলা যাৰ দ্বাৰা বৈজ্ঞানিক, আৰ্...
 
No edit summary
1 নং শাৰী:
{{newpageNewpage}}
 
'''ইঞ্জিনিয়াৰিঙ''' হৈছে এবিধ বিভাগ কলা যাৰ দ্বাৰা বৈজ্ঞানিক, আৰ্থিক, সামাজিক তথা ব্যৱহাৰিক জ্ঞান প্রয়োগ কৰি বিভিন্ন আহিলা, যন্ত্র, বস্তু নিৰ্মাণ কৰা হয়।
 
'''আমেৰিকান ইনঞ্জিনিয়াৰচ কাউঞ্চিল ফৰ প্রফেশ্বনেল ডেভেলপমেন্ট''' (ECPD)''' মতে '''ইঞ্জিনিয়াৰিঙ''' হৈছে:
9 নং শাৰী:
যিজন ব্যক্তিয়ে ইঞ্জিনিয়াৰিঙৰ ব্যৱহাৰিক জ্ঞান ৰাখে তেওঁক [[অভিযন্তা]] (ইঞ্জিনিয়াৰ) বোলা হয়।
 
==ইঞ্জিনিয়াৰিঙৰ মুখ্য বিভাগ সমূহ==
[[বিজ্ঞান]] বিষয়টোৰ দৰে ইঞ্জিনিয়াৰিঙও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্রিক কামৰ বিভিন্ন ক্ষেত্রৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্রশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্রৰ লগতো জড়িত হ'ব পাৰে। ইঞ্জিনিয়াৰিঙক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
ইঞ্জিনিয়াৰিঙক কেইবাটাও বিভাগত ভাগ কৰা হৈছে। তাৰ ভিতৰত:
* কেমিকেল ইঞ্জিনিয়াৰিঙ - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানআৰু অভিযান্ত্রিক principles ব্যৱহাৰ কৰি ৰাসায়নিক প্রক্রিয়াসমূহ বাণিজ্যকভাৱে উদ্ভাৱন কৰা ।
* মেকানিকেল ইঞ্জিনিয়াৰিঙ
* কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিঙ
* ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ
* ইন্সট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰিঙ
* চিভিল ইঞ্জিনিয়াৰিঙ
* কম্পিউটাৰ চাইন্স এণ্ডইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ
* মেকানিকেল ইঞ্জিনিয়াৰিঙ