অভিযান্ত্ৰিক বিদ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
[[বিজ্ঞান]] বিষয়টোৰ দৰে ইঞ্জিনিয়াৰিঙও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্রিক কামৰ বিভিন্ন ক্ষেত্রৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্রশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্রৰ লগতো জড়িত হ'ব পাৰে। ইঞ্জিনিয়াৰিঙক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
* কেমিকেল ইঞ্জিনিয়াৰিঙ - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানআৰু অভিযান্ত্রিক principles ব্যৱহাৰ কৰি ৰাসায়নিক প্রক্রিয়াসমূহ বাণিজ্যকভাৱে উদ্ভাৱন কৰা ।
* চিভিল ইঞ্জিনিয়াৰিঙ – ডিজাইন তথা ৰাজহুৱা খণ্ডৰ(বিমান বন্দৰ, পথ, ৰেলপথ দলং, বান্ধ ইত্যাদি) আৰু ব্যক্তিগত খণ্ডৰ (ঘৰ ) আন্তঃগাথনি নিৰ্মাণ কৰা।
* চিভিল ইঞ্জিনিয়াৰিঙ
* ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ – ডিজাইন আৰু বিভিন্ন ইলেক্ট্ৰিকেল/ ইলেকট্রনিক চিষ্টেম যেনে ইলেক্ট্ৰিকেল সজ্জা(electrical circuits), জেনেৰেটৰ(generator), মটৰ (motor), ইলেকট্রনিক আহিলা(electronic devices), ইলেকট্রনিক সজ্জা (electronic circuits)।
* ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ
* মেকানিকেল ইঞ্জিনিয়াৰিঙ – বাহ্যিক অথবা মেকানিকেল চিষ্টেম ডিজাইন, যেনে শক্তি চিষ্টেম(energy system), মাৰণাস্ত্র চিষ্টেম, পৰিবহন সহায়ক ইঞ্জিন, কম্প্রেচৰ(compressor) ইত্যাদি।
* মেকানিকেল ইঞ্জিনিয়াৰিঙ
ইয়াৰ উপৰিও বিভিন্ন উৎস ভেদে উপ-বিভাগ সমূহত অলপ পাৰ্থক্য দেখা যায়। ইতিহাসত, নেভেল ইঞ্জিনিয়াৰিঙ আৰু মাইনিঙ ইঞ্জিনিয়াৰিঙ দুয়োটাকে দুটা প্রধান বিভাগ বুলি ধৰা হৈছিল। বৰ্তমানৰ আধুনিক ইঞ্জিনিয়াৰিঙত নিম্নোলিখিত বিভাগসমূহো অন্তৰ্গত কৰা হৈছে:
* ইলেক্ট্ৰিকেলএৰ’স্পেচ ইঞ্জিনিয়াৰিঙ
* পেট্র’লিয়াম ইঞ্জিনিয়াৰিঙ
* চিভিল অডিঅ’ ইঞ্জিনিয়াৰিঙ
* বায়’মেডিকেল ইঞ্জিনিয়াৰিঙ
* মেকানিকেলনিউক্লিয়াৰ ইঞ্জিনিয়াৰিঙ