অভিযান্ত্ৰিক বিদ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ইঞ্জিনিয়াৰিঙ -ৰ পৰা অভিযান্ত্ৰিক বিদ্যা -লে Gitartha.bordoloi স্থানান্তৰ কৰা হল: ইংৰাজী নাম
No edit summary
1 নং শাৰী:
{{Newpage}}
 
'''ইঞ্জিনিয়াৰিঙঅভিযান্ত্ৰিক বিদ্যা'''(ইঞ্জিনিয়াৰিঙ) হৈছে এবিধ বিভাগ কলা যাৰ দ্বাৰা বৈজ্ঞানিক, আৰ্থিক, সামাজিক তথা ব্যৱহাৰিক জ্ঞান প্রয়োগ কৰি বিভিন্ন আহিলা, যন্ত্র, বস্তু নিৰ্মাণ কৰা হয়।
 
'''আমেৰিকান ইনঞ্জিনিয়াৰচ কাউঞ্চিল ফৰ প্রফেশ্বনেল ডেভেলপমেন্ট''' (ECPD)''' মতে '''ইঞ্জিনিয়াৰিঙ''' হৈছে:
7 নং শাৰী:
<blockquote>The creative application of scientific principles to design or develop structures, machines, apparatus, or manufacturing processes, or works utilizing them singly or in combination; or to construct or operate the same with full cognizance of their design; or to forecast their behavior under specific operating conditions; all as respects an intended function, economics of operation and safety to life and property.<ref name="ECPD Canons">[http://www.worldcatlibraries.org/oclc/26393909&referer=brief_results Engineers' Council for Professional Development. (1947). Canons of ethics for engineers]</ref><ref name="ECPD Definition on Britannica">[http://www.britannica.com/eb/article-9105842/engineering Engineers' Council for Professional Development definition on Encyclopaedia Britannica] (Includes Britannica article on Engineering)</ref></blockquote>
 
যিজন ব্যক্তিয়ে ইঞ্জিনিয়াৰিঙৰঅভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান ৰাখে তেওঁক [[অভিযন্তা]] (ইঞ্জিনিয়াৰ) বোলা হয়।
 
==ইতিহাস==
 
==ইঞ্জিনিয়াৰিঙৰঅভিযান্ত্ৰিক বিদ্যাৰ মুখ্য বিভাগ সমূহ==
[[বিজ্ঞান]] বিষয়টোৰ দৰে ইঞ্জিনিয়াৰিঙও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্রিক কামৰ বিভিন্ন ক্ষেত্রৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্রশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্রৰ লগতো জড়িত হ'ব পাৰে। ইঞ্জিনিয়াৰিঙক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
* '''কেমিকেল ইঞ্জিনিয়াৰিঙ''' - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানআৰু অভিযান্ত্রিক নীতি ব্যৱহাৰ কৰি ৰাসায়নিক প্রক্রিয়াসমূহ বাণিজ্যকভাৱে উদ্ভাৱন কৰা ।