চুম্বক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Newpage}} [[File:MagnetEZ.jpg|thumb|এলনিক'(alnico)ৰ পৰা গঠিত এটুকুৰা "ঘোঁৰানলীয়া চুম্ব...
 
No edit summary
7 নং শাৰী:
 
==ইতিহাস==
অতীজৰ মানুহসকলে চুম্বকীয় শক্তিৰ বিষয়ে '''চুম্বকশিলা'''(lodestone)ৰপৰা শিকিছিল। চুম্বকশিলা হৈছে লোৰ [[আকৰ]]। ই প্রাকৃতিক ভাৱে উৎপন্ন হোৱা চুম্বক, যি লোৰ টুকুৰা আকৰ্ষণ কৰে। গ্রীক ভাষাত "চুম্বক"ৰ অৰ্থ হৈছে "মেগনেছিয়াৰ পৰা পোৱা শিল", পুৰণি [[গ্রীচ]]ৰ এটি ভাগ য'ত চুম্বকশিলা পোৱা গৈছিল। চুম্বকশিলা বিলাক ওলোমাই ৰাখি [[চুম্বকীয় কম্পাচ]]ৰ উদ্ভাৱন কৰা হৈছিল। প্রায় ২৫০০ বছৰ মানৰ আগতেই গ্রীচ, [[চীন]] আৰু [[ভাৰতবৰ্ষ]]ত চুম্বকৰ ব্যৱহাৰৰ চিন পোৱা গৈছে।
 
১২শৰপৰা ১৩শ শতিকাৰ ভিতৰত চীন, ইউৰোপ আৰু অন্য ঠাইত [[জাহাজ]]ৰ গতিপথ নিৰ্দেশন কৰিবলৈ চুম্বকীয় কম্পাচৰ ব্যৱহাৰ হৈছিল।
==চুমবকীয় শক্তি==
 
==চুমবকীয়চুম্বকীয় শক্তি==
 
==চুম্বকৰ মেৰু==
"https://as.wikipedia.org/wiki/চুম্বক"ৰ পৰা অনা হৈছে