চুম্বক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
 
==চুম্বকৰ মেৰু==
[[File:VFPt cylindrical magnet thumb.svg|thumb|এটুকুৰা চুঙা আকৃতীৰ বাৰ চুম্বক(cylindrical bar magnet)ৰ চুম্বকীয় ক্ষেত্ৰ]]
আমাৰ সুবিধা অনুসৰি চুম্বকৰ দুটা মেৰু আছে বুলি ধৰা হয়: [[উত্তৰ মেৰু(North Pole)]] আৰু [[দক্ষিণ মেৰু(South Pole)]]। এই মেৰু দুটাৰ সহায়ত চুম্বকৰ দুয়োটা বিপৰীত কাষকহে বুজোৱা হয়। যদি এটুকুৰা চুম্বক ভাঙি '''উত্তৰ মেৰু''' আৰু '''দক্ষিণ মেৰু'''ক পৃথক কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি পুনৰ দুটুকুৰা চুম্বকহে পাম। এই দুটুকুৰা চুম্বকত দুয়োটা মেৰু থাকিব।
 
==ব্যৱহাৰ==
"https://as.wikipedia.org/wiki/চুম্বক"ৰ পৰা অনা হৈছে