চুম্বক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
খুট-খাট
3 নং শাৰী:
[[File:Magnet0873.png|right|thumb|160px|বাৰ চুম্বক(bar magnet) দ্বাৰা উদ্ভাৱিত [[চুম্বকীয় ক্ষেত্ৰ]]ত [[লো]]ৰ গুড়ি আকৰ্ষিত হোৱা দেখা গৈছে।]]
 
'''চুম্বক''' ([[গ্রীক]]ৰ পৰা {{lang|grc|[[wiktionary:μαγνήτις|μαγνήτις]] [[wiktionary:λίθος|λίθος]]}} ''{{transl|grc|[[wiktionary:magnḗtis|magnḗtis]] [[wiktionary:líthos|líthos]]}}'', "[[মেগনেছিয়া]] শিল") হৈছে এবিধ পদাৰ্থ যি [[চুম্বকীয় ক্ষেত্ৰ]] ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্যৰবৈশিষ্টৰ বাবে দায়বদ্ধ। দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য [[পদাৰ্থ]] যেনে [[লো]], [[নিকেল]],[[ক'বাল্ট]] ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ্ষণ কৰিব পাৰে।
 
==ইতিহাস==
12 নং শাৰী:
==চুম্বকৰ মেৰু==
[[File:VFPt cylindrical magnet thumb.svg|thumb|150px|এটুকুৰা চুঙা আকৃতিৰ বাৰ চুম্বক(cylindrical bar magnet)ৰ চুম্বকীয় ক্ষেত্ৰ]]
আমাৰ সুবিধা অনুসৰি চুম্বকৰ দুটা মেৰু আছে বুলি ধৰা হয়: [[উত্তৰ মেৰু(North Pole)]] আৰু [[দক্ষিণ মেৰু(South Pole)]]। এই মেৰু দুটাৰ সহায়ত চুম্বকৰ দুয়োটা বিপৰীত কাষকহে বুজোৱা হয়। যদি এটুকুৰা চুম্বক ভাঙি '''উত্তৰ মেৰু''' আৰু '''দক্ষিণ মেৰু'''ক পৃথক কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি পুনৰ দুটুকুৰা চুম্বকহে পাম। এই দুটুকুৰা চুম্বকত দুয়োটা মেৰু থাকিব।
 
==ব্যৱহাৰ==
[[File:Hard disk.jpg|thumb|150px|[[হাৰ্ড ডিস্ক]]য়ে এটি পাতল চুম্বকৰ প্রলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে]]
* [[বৈদ্যুতিক মটৰ]] আৰু জেনেৰেটৰ: বৈদ্যুতিক মটৰে [[বিদ্যুত শক্তি]]ক [[যান্ত্রিক শক্তি]]লৈ ৰূপান্তৰিত কৰে। জেনেৰেটৰ হৈছে ইয়াৰ বিপৰীত: ই যান্ত্রিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰে।
* [[বৈদ্যুতিক মটৰ]] আৰু জেনেৰেটৰ:
বৈদ্যুতিক মটৰে [[বিদ্যুত শক্তি]]ক [[যান্ত্রিক শক্তি]]লৈ ৰূপান্তৰিত কৰে। জেনেৰেটৰ হৈছে ইয়াৰ বিপৰীত: ই যান্ত্রিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰে।
 
* [[চিকিৎসা বিজ্ঞান]]: [[চিকিৎসালয়]] সমূহত "মেগনেতিকচুম্বকীয় ৰিজ'নেঞ্চঅনুনাদ"ৰ সহায়ত আলোকছবিৰ সৃষ্টি (magnetic resonance imaging) কৰাত চুম্বকৰ ব্যৱহাৰ হয়।
 
* ৰেকৰ্ডিঙ মিডিয়া: সাধাৰণ অডিঅ' কেছেট সমূহো মেগনেতিকচুম্বকৰ টেপৰফিটাৰে ওপৰত নিৰ্ভৰশীল।নিৰ্মিত। [[কম্পিউটাৰ]]ৰ '''ফ্লপি ডিস্ক'''(Floppy Disk) আৰু '''হাৰ্ড ডিস্ক'''(Hard Disk) সমূহে এটি পাতল চুম্বকৰ প্রলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে।
 
 
Line 27 ⟶ 26:
 
 
==বাহ্যিক লিংকসংযোগ==
{{Wiktionary|magnet|চুম্বক}}
{{Commons category|Magnets|চুম্বক}}
*[http://hyperphysics.phy-astr.gsu.edu/hbase/hframe.html HyperPhysics E/M]
*[http://www.coilgun.info Detailed Theory on Designing a Solenoid]
Line 61 ⟶ 60:
[[da:Magnet]]
[[de:Magnet]]
[[en:Magnet]]
[[et:Magnet]]
[[el:Μαγνήτης]]
"https://as.wikipedia.org/wiki/চুম্বক"ৰ পৰা অনা হৈছে