ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''ভেকুলী বিয়া''' [[ভাৰত]]ত প্রচলিত এক পৰম্পৰা। কোনো অঞ্চলত বহুদিন ধৰি বৰষুণ নিদিয়াকৈ থাকিলে এই অনুষ্ঠান পালন কৰা হয়। ইয়াৰ বাবে স্থানীয় লোকসকলে দুটা [[ভেকুলী]] ধৰি আনি তাৰ এটাক দৰা আৰু আনটোক কইনা সাজি সম্পূর্ণ ধর্মীয় [[পৰম্পৰা]]ৰে সিহঁতৰ বিয়া পাতি দিয়া হয়। [[ভাৰত]]ৰ বহুতো লোকে বিশ্বাস কৰা মতে ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিয়ে। সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই ভেকুলী বিয়াৰ প্রচলন হোৱা বুলি প্রবাদ আছে। <ref>[http://enajori.com/folk-culture/traditions/ এনাজৰী ডট কম]</ref>
<ref>[http://assamplants.com/All%20Species/Litsea%20salicifolia.htm/ Times of India]</ref>