ডিব্ৰুগড় জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
88 নং শাৰী:
-->
 
ডিব্ৰুগড় ভাৰতৰ উত্তৰ-পূবত অৱস্থিত [[অসম]] ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে [[ ধেমাজি]] জিলা , দক্ষিণে [[শিৱসাগৰ]] জিলা আৰু [[অৰুণাচল প্ৰদেশ]], পূবে [[তিনিচুকীয়া]] জিলা , আৰু পশ্চিমে [[শিৱসাগৰ]] জিলা৷ ইয়াৰ সদৰ স্থানৰ নামো [[ডিব্ৰুগড়]]। জিলাখনৰ মাটিকালি প্ৰায় ৩৩৮১ বৰ্গ কি:মি:।