ডিব্ৰুগড় জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
94 নং শাৰী:
 
==ভৌগোলিক অৱস্থিতি==
ডিব্ৰুগড় জিলা ২৭o ৫' ৩৮'' উত্তৰৰ পৰা ২৭o ৪২' ৩০'' উত্তৰ অক্ষাংশ আৰু ৯৪o ৩৩' ৪৬'' পূৱৰ পৰা ৯৫o ২৯'৮'' পূৱ দ্ৰাঘিমাংশ লৈকে বিস্তৃত । ইয়াৰ চাৰিসীমা হ'ল উত্তৰে [[ধেমাজি]] জিলা , দক্ষিণে [[শিৱসাগৰ]] জিলা আৰু [[অৰুণাচল প্ৰদেশ]], পূবে [[তিনিচুকীয়া]] জিলা , আৰু পশ্চিমে [[শিৱসাগৰ]] জিলা ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা , দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশ, পূবে তিনিচুকীয়া জিলা , আৰু পশ্চিমে শিৱসাগৰ জিলা ৷জিলা৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জিলাখনৰ উত্তৰ সীমা প্ৰায় ৯৫ কিলোমিটাৰলৈ বিস্তৃত হৈ আছে ।
 
==জলবায়ু==