অসমীয়া ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :nn:Assamesisk
No edit summary
34 নং শাৰী:

==উদ্ভৱ আৰু বিকাশ==
[[Image:Assamese Language.jpg|thumb|right|350px|মাগধী প্ৰাকৃত অনুসৰি অসমীয়া ভাষাৰ উদ্ভৱৰ বিভিন্ন ধাৰা]]
প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে৷ এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়৷ তাৰভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- [[কালিৰাম মেধি]]ৰ মতে '''প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ''', [[কনকলাল বৰুৱা]]ৰ মতে '''পৈশাচী প্ৰাকৃত''', [[দেবানন্দ ভৰালী]]ৰ মতে '''কামৰূপীয়া, সৌমাৰ প্ৰাকৃত''', [[বেণিমাধৱ বৰুৱা]], [[ডিম্বেশ্বৰ নেওগ]], [[বিশ্বেশ্বৰ হাজৰিকা]]ৰ মতে '''কামৰূপী প্ৰাকৃত''' আৰু ডঃ জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ডঃ [[সুনীতি কুমাৰ চেটাৰ্জী]], ডঃ [[বাণীকান্ত কাকতি]], ডঃ [[বিৰিঞ্চি কুমাৰ বৰুৱা]], ডঃ [[উপেন্দ্ৰনাথ গোস্বামী]], ডঃ [[গোলোক চন্দ্ৰ গোস্বামী]], ডঃ [[মহেশ্বৰ নেওগ]], ডঃ [[নগেন ঠাকুৰ]], ডঃ [[ভীমকান্ত বৰুৱা]] আদিৰ মতে '''মাগধী প্ৰাকৃত'''৷<ref>গ্ৰন্থ-অসমীয়া ভাষাৰ বিভিন্ন দিশ : মত আৰু বিতৰ্কিত মত, ডঃ ৰমেশ পাঠক, জ্যোতি প্ৰকাশন, ২০০৮, পৃষ্ঠা-১-১৯, টোকা: অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে কম কথাৰে আলোচনা কৰা সম্ভৱ নহয়৷ বিভিন্ন মত সম্পৰ্কে একাধিক যুক্তি এই গ্ৰন্থখনত আলোচনা কৰা হৈছে৷ কিন্তু কোনো এটা মতৰ ক্ষেত্ৰতে সত্যতা নিৰুপণ কৰা হোৱা নাই৷</ref><ref>গ্ৰন্থ-অসমীয়া ভাষাৰ অধ্যয়ন, ডঃ প্ৰফুল্ল কুমাৰ নাথ, জ্যোতিৰেখা হাজৰিকা, বনলতা, ১৯৯৭, পৃষ্ঠা-৪</ref>
দ্বাদশ ত্ৰয়োদশ শতিকাতে পৃথিৱীৰ বৃহত্তম ভাষাগোষ্ঠী ইণ্ডো-ইউৰোপীয়ৰ বিভিন্ন পৰিবৰ্তনৰ ধাৰাৰ ফলশ্ৰুতিত অসমীয়া ভাষাৰ জন্ম হয়৷ প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা [[ভাৰত-ইউৰোপীয়]] পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা '[[:en:Indo-Iranian languages|ভাৰত-ইৰানীয়]]'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷<ref name=bhim>গ্ৰন্থ-অসমীয়া ভাষা, ডঃ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭</ref>

দ্বাদশবৰ্তমানলৈকে ত্ৰয়োদশকোনো শতিকাতেএটা পৃথিৱীৰমতৰ বৃহত্তমক্ষেত্ৰতে ভাষাগোষ্ঠীভাষাবিজ্ঞানীসকল ইণ্ডো-ইউৰোপীয়ৰএকমত বিভিন্নহ'ব পৰিবৰ্তনৰপৰা ধাৰাৰনাই৷ ফলশ্ৰুতিতকিন্তু অসমীয়া[[মাগধী ভাষাৰপ্ৰাকৃত]] জন্মসম্পৰ্কে হয়৷বহু প্ৰাচীনকেইজন কালৰেভাষাবিজ্ঞানী পৰাইসহমতত নিজাউপনিত লিপিহৈছে৷ আৰুমাগধী লিখিতপ্ৰাকৃতৰ সাহিত্যৰেইতিহাসলৈ পুষ্টলক্ষ্য হৈকৰিলে অসমীয়াদেখা ভাষাইযায় বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷যে, অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা [[ভাৰত-ইউৰোপীয়]] পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা '[[:en:Indo-Iranian languages|ভাৰত-ইৰানীয়]]'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷<ref name=bhim>গ্ৰন্থ-অসমীয়া ভাষা, ডঃ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭</ref>

এইক্ষেত্ৰত ডঃ [[উপেন্দ্ৰ নাথ গোস্বামী]]ৰ মতে-
::অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা৷ ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি৷ মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে৷ অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতত্সম আৰু তদ্ভৱ শব্দ৷ অসমীয়া ভাষটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে৷<ref name=upen>গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ডঃ উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬, পৃষ্ঠা ১-২</ref>

''অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ বিচাৰ''<ref>গ্ৰন্থ-অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ বিচাৰ, ডঃ গোলোকচন্দ্ৰ গোস্বামী, তৃতীয় সংস্কৰণ, পৃষ্ঠা ২২</ref> গ্ৰন্থত ডঃ [[গোলোকচন্দ্ৰ গোস্বামী]]য়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে-

'''ভাষা'''- অসমীয়া

'''গোত্ৰ'''- ইণ্ডো-ইউৰোপীয়

'''প্ৰৱৰ'''- আৰ্য

'''শাখা'''- বৈদিক

'''বৰ্ণ'''- প্ৰাচ্য (কামৰূপ) প্ৰাকৃত

'''গণ'''- কামৰূপী অপভ্ৰংশ

'''ক্ষণ'''- দ্বাদশ-ত্ৰয়োদশ শতিকা

'''ক্ষেত্ৰ'''- উত্তৰ-পূব ভাৰত খণ্ড

আনহাতে প্ৰাক-[[আহোম]] যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই৷ [[বেণীমাধৱ বৰুৱা]]ই এই কথিত ভাষাটোক '''কামৰূপী প্ৰাকৃত''' নাম দিছে৷ [[ডিম্বেশ্বৰ নেওগ]], [[বিশ্বেশ্বৰ হাজৰিকা]]ই আদিয়েই এই মতকে পোষণ কৰিছে৷ ডঃ ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language-ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই "it did not stand analysis and proper scrutiny" বুলি মন্তব্য কৰিছে৷<ref>গ্ৰন্থ-Growth of the Asamiya Language, ডঃ ডিম্বেশ্বৰ নেওগে, পৃষ্ঠা-৪৪</ref><ref name=ramesh>গ্ৰন্থ-অসমীয়া ভাষাৰ বিভিন্ন দিশ : মত আৰু বিতৰ্কিত মত, ডঃ ৰমেশ পাঠক, জ্যোতি প্ৰকাশন, ২০০৮, পৃষ্ঠা-১-১৯</ref>

অসমীয়া ভাষাৰ বিকাশক ডঃ [[বাণীকান্ত কাকতি]]য়ে তিনিটা ভাগত ভাগ কৰিছে৷<ref name=bani>Assamese, Its Formation And Development, By- Dr. Banikanta Kakati, p. 13</ref>