34 নং শাৰী:
আপুনি দাৰ্জিলিং প্ৰবন্ধটো লিখোঁতে ফটোবোৰ নতুনকৈ আপল'ড কৰিছে নেকি? তেনে কৰিব নালাগে। ইংৰাজী প্ৰবন্ধটোত থকা ছবিখনৰ নামটো কপী কৰি আনি যথাস্থানত ভৰাই দিলেই হ'ব। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 17:52, 14 জুন 2012 (UTC)
 
ইংৰাজী প্ৰবন্ধটোৰ পৰা চিত্ৰৰ লিংকবোৰ কপি কৰাৰ পিছত দুখনমান চিত্ৰৰ লিংকসমূহ অস্তীত্বহীন বুলি দেখুৱাইছিল। সেয়ে সেই দুখন চিত্ৰ নতুনকৈ আপল'ড কৰিছিলো। [[সদস্য:Ani.ttbrAni_ttbr|— অনিমেষ বৰা]]