অভিযান্ত্ৰিক বিদ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
1 নং শাৰী:
{{Newpage}}
[[Image:Maquina vapor Watt ETSIIM.jpg|thumb|200px|'''ETSIIM'''ৰ [[মাদ্রিদমাদ্ৰিদ, স্পেইন]] মূল ভৱনত অৱস্থিত এটা [[ভাপ ইঞ্জিন]]ৰ আৰ্হি, [[উদ্যোগিক বিপ্লৱ]]ৰ সময়ত ব্যৱহিত হৈছিল। ]]
 
'''অভিযান্ত্ৰিক বিদ্যা'''(ইঞ্জিনিয়াৰিঙ) হৈছে এবিধ বিভাগ কলা যাৰ দ্বাৰা বৈজ্ঞানিক, আৰ্থিক, সামাজিক তথা ব্যৱহাৰিক জ্ঞান প্রয়োগপ্ৰয়োগ কৰি বিভিন্ন আহিলা, যন্ত্রযন্ত্ৰ, বস্তু নিৰ্মাণ কৰা হয়।
 
'''আমেৰিকান ইনঞ্জিনিয়াৰচ কাউঞ্চিল ফৰ প্রফেশ্বনেলপ্ৰফেশ্বনেল ডেভেলপমেন্ট''' (ECPD)''' মতে '''ইঞ্জিনিয়াৰিঙ''' হৈছে:
 
<blockquote>The creative application of scientific principles to design or develop structures, machines, apparatus, or manufacturing processes, or works utilizing them singly or in combination; or to construct or operate the same with full cognizance of their design; or to forecast their behavior under specific operating conditions; all as respects an intended function, economics of operation and safety to life and property.<ref name="ECPD Canons">[http://www.worldcatlibraries.org/oclc/26393909&referer=brief_results Engineers' Council for Professional Development. (1947). Canons of ethics for engineers]</ref><ref name="ECPD Definition on Britannica">[http://www.britannica.com/eb/article-9105842/engineering Engineers' Council for Professional Development definition on Encyclopaedia Britannica] (Includes Britannica article on Engineering)</ref></blockquote>
13 নং শাৰী:
 
==অভিযান্ত্ৰিক বিদ্যাৰ মুখ্য বিভাগ সমূহ==
[[বিজ্ঞান]] বিষয়টোৰ দৰে অভিযান্ত্ৰিক বিদ্যাও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্রিকঅভিযান্ত্ৰিক কামৰ বিভিন্ন ক্ষেত্রৰক্ষেত্ৰৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্রশিক্ষিণপ্ৰশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্রৰক্ষেত্ৰৰ লগতো জড়িত হ'ব পাৰে। অভিযান্ত্ৰিক বিদ্যাক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
* '''কেমিকেল ইঞ্জিনিয়াৰিঙ''' - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানআৰু অভিযান্ত্রিকঅভিযান্ত্ৰিক নীতি ব্যৱহাৰ কৰি ৰাসায়নিক প্রক্রিয়াসমূহপ্ৰক্ৰিয়াসমূহ বাণিজ্যকভাৱে উদ্ভাৱন কৰা ।
* '''চিভিল ইঞ্জিনিয়াৰিঙ''' – ডিজাইন তথা ৰাজহুৱা খণ্ডৰ(বিমান বন্দৰ, পথ, ৰেলপথ দলং, বান্ধ ইত্যাদি) আৰু ব্যক্তিগত খণ্ডৰ (ঘৰ ) আন্তঃগাথনি নিৰ্মাণ কৰা।
* '''ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙ''' – ডিজাইন আৰু বিভিন্ন ইলেক্ট্ৰিকেল/ ইলেকট্রনিকইলেকট্ৰনিক চিষ্টেম যেনে ইলেক্ট্ৰিকেল সজ্জা(electrical circuits), জেনেৰেটৰ(generator), মটৰ (motor), ইলেকট্রনিকইলেকট্ৰনিক আহিলা(electronic devices), ইলেকট্রনিকইলেকট্ৰনিক সজ্জা (electronic circuits)।
* '''মেকানিকেল ইঞ্জিনিয়াৰিঙ''' – বাহ্যিক অথবা মেকানিকেল চিষ্টেম ডিজাইন, যেনে শক্তি চিষ্টেম(energy system), মাৰণাস্ত্রমাৰণাস্ত্ৰ চিষ্টেম, পৰিবহন সহায়ক ইঞ্জিন, কম্প্রেচৰকম্প্ৰেচৰ(compressor) ইত্যাদি।
ইয়াৰ উপৰিও বিভিন্ন উৎস ভেদে উপ-বিভাগ সমূহত অলপ পাৰ্থক্য দেখা যায়। ইতিহাসত, নেভেল অভিযান্ত্ৰিক বিদ্যা আৰু মাইনিঙ অভিযান্ত্ৰিক বিদ্যা দুয়োটাকে দুটা প্রধানপ্ৰধান বিভাগ বুলি ধৰা হৈছিল। বৰ্তমানৰ আধুনিক অভিযান্ত্ৰিক বিদ্যাত নিম্নোলিখিত বিভাগসমূহো অন্তৰ্গত কৰা হৈছে:
* '''এৰ’স্পেচ ইঞ্জিনিয়াৰিঙ'''
* '''পেট্র’লিয়ামপেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙ'''
* '''অডিঅ’ ইঞ্জিনিয়াৰিঙ'''
* '''বায়’মেডিকেল ইঞ্জিনিয়াৰিঙ'''