এইচ.আই.ভি/এইড্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট পৰিবৰ্তন কৰিছে: en:HIV/AIDS
র -> ৰ
31 নং শাৰী:
|}
 
'''এইডছ''' (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, '''Acquired''' অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ব বা অৰ্জন কৰি লোৱা ৰোগ । '''Immune''' শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷ প্রত্যেকপ্ৰত্যেক মানুহৰ দেহত ৰোগ প্রতিৰোধকাৰীপ্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে । তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্রতক্ষেত্ৰত বিশেষ ভূমিকা লয় । বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাচ, বেক্টেৰিয়া, প্রটপ্ৰট'য'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক সদায়ে আক্রমণআক্ৰমণ কৰিবলৈ চেষ্টা কৰে । এই বাহ্যিক শত্রুবোৰকশত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্রতিৰোধপ্ৰতিৰোধ কৰে । তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্রতিষেধকপ্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্রতিৰোধকাৰীপ্ৰতিৰোধকাৰী প্রক্রিয়াটোকপ্ৰক্ৰিয়াটোক Immune System বোলা হয় । '''Deficiency'''-য়ে অভাৱ বুজায় আৰু '''Syndrome''' মানে লক্ষণ ৷
 
গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয় । ৰোগ প্রতিৰোধকাৰীপ্ৰতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে ৷ তেনে অৱস্হা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্রমণআক্ৰমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ বেগাই লৈ যায় । সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি ।<ref>এইড্‌ছ, লেখক- ড. দীনেশ চন্দ্রচন্দ্ৰ গোস্বামী আৰু ড. উৎপল কুমাৰ তামুলী</ref>
 
== কাৰক আৰু লক্ষণ==
 
AIDS-ৰ মূল কাৰণ হ'ল HIV (Human Immunodeficiency Virus) নামৰ ভাইৰাছবিধৰ অৱস্থিতি । এই HIV ভাইৰাছে শৰীৰক বীজাণুৰ আক্রমণৰপৰাআক্ৰমণৰপৰা ৰক্ষা কৰা কোষবোৰ আক্রমণআক্ৰমণ কৰে । ফলত দেহৰ ৰোগ প্রতিৰোধকাৰীপ্ৰতিৰোধকাৰী ক্ষমতা কমি আহি অৱশেষত সম্পূৰ্ণ নোহোৱা হৈ যায় । তাৰ ফলত বিভিন্ন বীজাণু বা দেহত থকা সুবিধাবাদী বীজাণুবোৰে (Opportunistic organism) ৰোগৰ সৃষ্টি কৰে । এই ভাইৰাছটোৰ দেহত লিপিড আৰু প্রটিনেৰেপ্ৰটিনেৰে গঠিত আৱৰণ থাকে । ইহঁতৰ ৰোগ কালান্তৰ সময় (incubation period) ১৫ ৰ পৰা ৫৭ মাহ ৷ মানৱ দেহত এই ভাইৰাছটোৰ স্থিতি এলিজা (ELISA)পৰীক্ষা আৰু ওৱেষ্টাৰ্ণ ব্লট (Western blot) নামৰ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ।
 
'''এইড্‌ছৰ প্রাথমিকপ্ৰাথমিক লক্ষণসমূহ'''
 
*দেহৰ সাধাৰণ দুৰ্বলতা ।
*দেহৰ ৰোগ প্রতিৰোধকাৰীপ্ৰতিৰোধকাৰী তন্ত্রতন্ত্ৰ সম্পূৰ্ণৰূপে ধংশ হয় আৰু এনে অৱস্হাত ভাইৰাচ, বেক্টেৰিয়া, প্রটপ্ৰট'য'ৱা, ভেঁকুৰ আদি বীজাণুৰ দ্বাৰা যিকোনো ৰোগ বা ৰোগৰ লক্ষণে দেখা দিব পাৰে । সাধাৰণতে জ্বৰ, কাহ, পেটৰ ৰোগ, পেশীৰ বিষ, ওজন কমি যোৱা আদি লক্ষণেই প্রধানপ্ৰধান
*বিভিন্ন ছালৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, যক্ষ্মা ৰোগ, মুখ আৰু ডিঙৰ ৰোগ আদি ৰোগত আক্রান্তআক্ৰান্ত হোৱা ব্যক্তিৰ আন কিছুমান লক্ষণ ।
*স্নায়ুতন্ত্রস্নায়ুতন্ত্ৰ আক্রান্তআক্ৰান্ত হোৱাৰ ফলত মস্তিস্ক ৰোগীয়া হয় আৰু ফলত স্মৃতিশক্তি বা চিন্তাশক্তি লোপ পায় ।
 
==সংক্রমণসংক্ৰমণ আৰু নিবাৰণ==
 
এইড্‌ছ ভাইৰাছ এজন আক্রান্তআক্ৰান্ত ব্যক্তিৰপৰা সুস্হ মানুহৰ দেহলৈ '''সংক্রমণসংক্ৰমণ কাৰকসমূহ''' হ'লঃ
*যৌন সংস্পৰ্শ (Sexual contact):- এইচ আই ভি (HIV)ভাইৰাছ, আক্রান্তআক্ৰান্ত ব্যক্তিৰ শুক্রাণুৰসশুক্ৰাণুৰস(semen), যোনিৰস (veginal secretion) আৰু স্তনৰ গাখীৰত পোৱা গৈছে । সেয়ে যৌন সংৰ্স্পৰদ্বাৰা এই ভাইৰাছ আক্রান্তআক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ সংক্রমিতসংক্ৰমিত হয় । পৃথিৱীৰ প্রায়প্ৰায় শতকৰা ৭০ৰপৰা ৮০ ভাগ সংক্রমণসংক্ৰমণ যৌন সংস্পৰ্শৰদ্বাৰাই হয় ।
*তেজ সঞ্চাৰণ (Blood transfusion):- সংক্রামিতসংক্ৰামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে ।
*এইচ আই ভি আক্রান্তআক্ৰান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ'ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্রমিতসংক্ৰমিত হয় ।
*নিচাযুক্ত দ্রব্যসমূহদ্ৰব্যসমূহ বেজীৰ দ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্রান্তআক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্রমিতসংক্ৰমিত হয় ।
*চিকিৎসকৰ অস্ত্রোপচাৰৰঅস্ত্ৰোপচাৰৰ সামগ্রীসমূহসামগ্ৰীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্রমণৰসংক্ৰমণৰ আশংকা থাকে ।
 
'''নিবাৰণৰ উপায়''':-
 
এইড্‌ছত কোনো চিকিৎসা বা নিবাৰনৰ উপায় নাই । বিভিন্ন ৰোগৰ লক্ষণ হিচাবে প্রতিকাৰপ্ৰতিকাৰ দিয়া হয় যদিও প্রতিকাৰপ্ৰতিকাৰ কৰা কঠিন । সেয়ে বিশ্ব স্বাস্থ্য পৰিষদে এইড্‌ছত সংক্রমণসংক্ৰমণ প্রতিৰোধপ্ৰতিৰোধ কৰিবলৈ কিছুমান সতৰ্কতামূলক ব্যৱস্থা উল্লেখ কৰিছে-
*যৌন সংস্পৰ্শ নিৰাপদ হোৱা উচিত । একাধিক ব্যক্তিৰ লগত যৌন সংস্পৰ্শ বিপদজনক সেয়ে সাবধানতা অৱনম্বন কৰাতো আৱশ্যক ।
*সংশোধন নকৰা বেজী একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰা অনুচিত ।
*তেজ সঞ্চাৰনৰ সময়ত সময়ত সম্পূৰ্ণভাবে তেজৰ পৰীক্ষা কৰি লব লাগে ।
*আক্রান্তআক্ৰান্ত ৰোগীয়ে সম্পূৰ্ণভাবে চিকিৎসকৰ পৰামৰ্শমতে ব্যৱস্থা লোৱা উচিত ।
*জনশিক্ষাৰ জৰিয়তে এইড্‌ছত ৰোগৰ ভয়াবহাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিব লাগে । এই উদ্দেশ্যে প্রতিপ্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে '''বিশ্ব এইড্‌ছত দিবস''' পালন কৰা হয় । <ref>অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ণপ্ৰণয়ণ প্রকাশনপ্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্রকাশিতপ্ৰকাশিত সাধাৰণ বিজ্ঞানৰ পাঠ্যপুঠি, লেখক- ড. ৰাতুল চন্দ্রচন্দ্ৰ ৰাজখোৱা, ড. জয়ন্ত বাৰুকিয়াল</ref>