চুম্বক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
3 নং শাৰী:
[[File:Magnet0873.png|right|thumb|160px|দণ্ড চুম্বক(bar magnet) দ্বাৰা উদ্ভাৱিত [[চুম্বকীয় ক্ষেত্ৰ]]ত [[লো]]ৰ গুড়ি আকৰ্ষিত হোৱা দেখা গৈছে।]]
 
'''চুম্বক''' ([[গ্রীকগ্ৰীক]]ৰ পৰা {{lang|grc|[[wiktionary:μαγνήτις|μαγνήτις]] [[wiktionary:λίθος|λίθος]]}} ''{{transl|grc|[[wiktionary:magnḗtis|magnḗtis]] [[wiktionary:líthos|líthos]]}}'', "[[মেগনেছিয়া]] শিল") হৈছে এবিধ পদাৰ্থ যি [[চুম্বকীয় ক্ষেত্ৰ]] ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য [[পদাৰ্থ]] যেনে [[লো]], [[নিকেল]],[[ক'বাল্ট]] ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ্ষণ কৰিব পাৰে।
 
==ইতিহাস==
অতীজৰ মানুহসকলে চুম্বকীয় শক্তিৰ বিষয়ে '''চুম্বকশিলা'''(lodestone)ৰপৰা শিকিছিল। চুম্বকশিলা হৈছে লোৰ [[আকৰ]]। ই প্রাকৃতিকপ্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা চুম্বক, যি লোৰ টুকুৰা আকৰ্ষণ কৰে। গ্রীকগ্ৰীক ভাষাত "চুম্বক"ৰ অৰ্থ হৈছে "মেগনেছিয়াৰ পৰা পোৱা শিল", পুৰণি [[গ্রীচগ্ৰীচ]]ৰ এটি ভাগ য'ত চুম্বকশিলা পোৱা গৈছিল। চুম্বকশিলা বিলাক ওলোমাই ৰাখি [[চুম্বকীয় কম্পাচ]]ৰ উদ্ভাৱন কৰা হৈছিল। প্রায়প্ৰায় ২৫০০ বছৰ মানৰ আগতেই গ্রীচগ্ৰীচ, [[চীন]] আৰু [[ভাৰতবৰ্ষ]]ত চুম্বকৰ ব্যৱহাৰৰ চিন পোৱা গৈছে।
 
১২শৰপৰা ১৩শ শতিকাৰ ভিতৰত চীন, ইউৰোপ আৰু অন্য ঠাইত [[জাহাজ]]ৰ গতিপথ নিৰ্দেশন কৰিবলৈ চুম্বকীয় কম্পাচৰ ব্যৱহাৰ হৈছিল।
15 নং শাৰী:
 
==ব্যৱহাৰ==
[[File:Hard disk.jpg|thumb|150px|[[হাৰ্ড ডিস্ক]]য়ে এটি পাতল চুম্বকৰ প্রলেপতপ্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে]]
* [[বৈদ্যুতিক মটৰ]] আৰু জেনেৰেটৰ: বৈদ্যুতিক মটৰে [[বিদ্যুত শক্তি]]ক [[যান্ত্রিকযান্ত্ৰিক শক্তি]]লৈ ৰূপান্তৰিত কৰে। জেনেৰেটৰ হৈছে ইয়াৰ বিপৰীত: ই যান্ত্রিকযান্ত্ৰিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰে।
 
* [[চিকিৎসা বিজ্ঞান]]: [[চিকিৎসালয়]] সমূহত "চুম্বকীয় অনুনাদ"ৰ সহায়ত আলোকছবিৰ সৃষ্টি (magnetic resonance imaging) কৰাত চুম্বকৰ ব্যৱহাৰ হয়।
 
* ৰেকৰ্ডিঙ মিডিয়া: সাধাৰণ অডিঅ' কেছেট সমূহো চুম্বকৰ ফিটাৰে নিৰ্মিত। [[কম্পিউটাৰ]]ৰ '''ফ্লপি ডিস্ক'''(Floppy Disk) আৰু '''হাৰ্ড ডিস্ক'''(Hard Disk) সমূহে এটি পাতল চুম্বকৰ প্রলেপতপ্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে।
 
 
==তথ্য সংগ্রহসংগ্ৰহ==
 
 
"https://as.wikipedia.org/wiki/চুম্বক"ৰ পৰা অনা হৈছে