ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
1 নং শাৰী:
'''ভেকুলী বিয়া''' প্রধানতঃপ্ৰধানতঃ [[ভাৰত]] আৰু [[নেপাল]]ত প্রচলিতপ্ৰচলিত এক পৰম্পৰা। কোনো অঞ্চলত বহুদিন ধৰি বৰষুণ নিদিয়াকৈ থাকিলে এই অনুষ্ঠান পালন কৰা হয়। ইয়াৰ বাবে স্থানীয় লোকসকলে দুটা [[ভেকুলী]] ধৰি আনি তাৰ এটাক দৰা আৰু আনটোক কইনা সাজি সম্পূর্ণসম্পূৰ্ণ ধর্মীয়ধৰ্মীয় [[পৰম্পৰা]]ৰে সিহঁতৰ বিয়া পাতি দিয়া হয়। [[ভাৰত]]ৰ বহুতো লোকে বিশ্বাস কৰা মতে ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিয়ে। সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই ভেকুলী বিয়াৰ প্রচলনপ্ৰচলন হোৱা বুলি প্রবাদপ্ৰবাদ আছে। <ref>[http://enajori.com/folk-culture/traditions/ এনাজৰী ডট কম]</ref>
<ref>[http://latimesblogs.latimes.com/unleashed/2009/07/indian-villagers-perform-frog-wedding-to-combat-rain-shortage.html/ Times of India]</ref>
 
8 নং শাৰী:
 
 
==তথ্য সংগ্রহসংগ্ৰহ==
{{Reflist}}