মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
4 নং শাৰী:
 
==লোকবিশ্বাস==
আঘোন মাহ [[অসম]]ৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূর্ণগুৰুত্বপূৰ্ণ মাহ । এই সময়তে পথাৰত ধানে পক ধৰে । গতিকে আঘোণ মাহৰ পূর্ণিমাৰপূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা [[মহ]] আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয় । তাৰ লগতে তেওঁলোকে গৃহস্থক তেওঁলোকৰ খেতি নদন-বদন হ'বলৈ আশীর্বাদআশীৰ্বাদ দিয়ে । এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে ।
 
==প্ৰধান আকৰ্ষণ==
==প্রধান আকর্ষণ==
আঘোন মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে । তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় । শেষত গৄহস্থক আশীৰ্বাদ দি সামৰ্থ অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা ।
 
91 নং শাৰী:
বাহৰ পাত চিকিমিকি
 
আমাক লাগে বগা সিকি ।। ([[বজালী]] অঞ্চলত প্রচলিতপ্ৰচলিত)