সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্যপেৰা যোগ আৰু সজ্জা
1 নং শাৰী:
{{Infobox Officeholder
|name = সৰ্বপল্লী ৰাধাকৃষ্ণণ
Sarvepalli Radhakrishnan
సర్వేపల్లి రాధాకృష్ణ
சர்வபள்ளி ராதாகிருஷ்ணன்
|honorific-suffix =
[[Bharat Ratna|BR]] [[Knight Bachelor|Kt]] [[Order of Merit|OM]] [[British Academy|FBA]]
|image = Radhakrishnan.jpg
|office = [[President of India|ৰাষ্ট্ৰপতি ভৱন, ভাৰত]]
|primeminister = [[জৱহৰলাল নেহৰু]]
[[গুজলাৰিলাল নন্দ]] (Acting)
[[লাল বাহাদূৰ শাস্ত্ৰী]]
[[গুজলাৰিলাল নন্দ]] (Acting)
[[ইন্দিৰা গান্ধী]]
|vicepresident = [[Zakir Hussain (politician)|জাকিৰ হুছেইন]]
|term_start = ১৩ মে’ ১৯৬২
|term_end = ১৩ মে’ ১৯৬৭
|predecessor = [[ৰাজেন্দ্ৰ প্ৰসাদ]]
|successor = [[Zakir Hussain (politician)|জাকিৰ হুছেইন]]
|office2 = [[Vice-President of India|Vice President of India]]
|president2 = [[Rajendra Prasad]]
|term_start2 = ১৩ মে’ ১৯৫২
|term_end2 = ১২ মে’ ১৯৬২
|predecessor2 = Position established
|successor2 = [[Zakir Hussain (politician)|জাকিৰ হুছেইন]]
|birth_date = {{birth date|1888|9|5|df=y}}
|birth_place = [[Thiruttani]], [[Tamil Nadu]], India
|death_date = {{death date and age|1975|4|17|1888|9|5|df=y}}
|death_place = [[Chennai]], India
|party = [[Independent (politician)|Independent]]
|spouse = Sivakamu, Lady Radhakrishnan
|children = Five daughters
One son
|alma_mater = [[Voorhees College (India)|Voorhees College]]
[[Madras Christian College]]
|profession = [[দাৰ্শনিক]]
[[অধ্যাপক]]
|religion = [[হিন্দুধৰ্ম]]

''':° সৰ্বপল্লী ৰাধাকৃষ্ণণ''' আছিল বিশ্ববন্দিত ভাৰতীয় দাৰ্শনিক, মহান শিক্ষক আৰু ৰাজনীতিবিদ| তেওঁ কুৰি শতিকাৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল| ড: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনাদৰ্শ আৰু বিৰাট কৰ্মৰাজিয়ে বিশ্ব দৰবাৰত ভাৰতকো একেই গৌৰৱ আৰু সন্মানৰ অধিকাৰী কৰি তুলিছে: যি দুৰ্লভ সন্মানৰ অধিকাৰী হৈছে তেওঁ নিজে|

ড: সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল বিশ্ববন্দিত ভাৰতীয় দাৰ্শনিক, মহান শিক্ষক আৰু ৰাজনীতিবিদ| তেওঁ কুৰি শতিকাৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল| ড: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনাদৰ্শ আৰু বিৰাট কৰ্মৰাজিয়ে বিশ্ব দৰবাৰত ভাৰতকো একেই গৌৰৱ আৰু সন্মানৰ অধিকাৰী কৰি তুলিছে: যি দুৰ্লভ সন্মানৰ অধিকাৰী হৈছে তেওঁ নিজে|
==জন্ম==
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে| তেওঁ দেউতাকৰ নাম আছিল বীৰ চমাইয়া| তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল| ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল| জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল| কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন হিন্দু সভ্যতাৰ নৱ-জাগৰণৰ সময়|
Line 20 ⟶ 49:
==উপসংহাৰ==
ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত| ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে| সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল |
সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহি:প্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ| এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম| দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিছাপেহে<ref>আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা|</ref>|

==তথ্য সংগ্ৰহ==
{{Reflist}}
আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা|

[[en:Sarvepalli Radhakrishnan]]

[[শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি]]