ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসমৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
==লক্ষ্য==
এই প্ৰকল্পৰ যোগেদি অসমীয়া ৱিকিপিডিয়াত [[অসমৰ জিলা]] আৰু ইয়াৰ অন্তৰ্গত সমূহ চহৰ, নগৰ, মহকুমা, গাঁও পঞ্চায়ত ইত্যাদিৰ বিতং তথ্য সংযোজন আৰু কৰি এনে প্ৰবন্ধৰ মান উন্নীতকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।
===গুণগত লক্ষ্য===
*জিলা বিষয়ক প্ৰবন্ধ সমূহ কমেও ২০০০ শব্দ থকা কৰা।
*নিম্নোক্ত প্ৰতিটো শাখাতে তথ্য যোগাৰ দিয়া:
**পৰিচয় প্ৰবন্ধ
**তথ্য পেৰা
**ইতিহাস
**অৱস্থান
**ভৌগোলিক বিৱৰণী
**জলবায়ু
**প্ৰশাসনীয় বিভাগ: মহকুমা, ব্লক
**নিৰ্বাচনী বিভাগ: লোকসভা/ বিধান সভাৰ সমষ্টি বিভাগ
**জনগাঁঠনি (বিশেষ জনগোষ্ঠী আদিৰ অতি চমু পৰিচয়, আৰু মূল প্ৰবন্ধলৈ লিংক)
**নগৰ/মহানগৰৰ তালিকা
**গাঁও সমূহৰ তালিকা
**দৰ্শনীয় স্থান
**বিশেষ উল্লেখ কৰিব লগীয়া কাৰ্য/স্থান ইত্যাদি (চমুকৈ, আৰু মূল প্ৰবন্ধলৈ লিংক দিয়া)
**বাহ্যিক সংযোগ
**তথ্য সূত্ৰ
**(ওপৰৰ কেইটামান শাখাৰ মাত্ৰ তালিকা প্ৰস্তুত কৰিলেই হ'ব।)
*মেপসমূহ শুদ্ধকৈ প্ৰস্তুত কৰা।
*সংশ্লিষ্ট বিষয়ৰ ছবি সংযোগ কৰা, প্ৰয়োজন বোধে সংগ্ৰহ কৰা (নিজে তুলি)
*এবাৰ তথ্য সমল যুগুত কৰাৰ পাছত অনুলিপি সম্পাদনা (ভাষা মসৃণ কৰা) কৰা বা প্ৰবন্ধৰ বিভাগসমূহ প্ৰয়োজন মতে আন ধৰণে সজোৱা
*গুণগত লক্ষ্যখিনি ২ মাহৰ ভিতৰত অৰ্জন কৰা
*অসমীয়া ৱিকিত হোৱাৰ পাছত এইকেইটা প্ৰবন্ধৰ তথ্যৰে ইংৰাজী ৱিকিত প্ৰবন্ধ লিখা। (ইংৰাজীখনৰ বেছি ভাগ প্ৰবন্ধ্ই সুলিখিত নহয়)
*তথ্য উৎস সমূহ ইয়াত উপযুক্ত নামেৰে সংলগ্ন কৰি থোৱা, (মানে ধৰি লওঁক মই আসমৰ জিলা সমূহৰ নিৰ্ভৰযোগ্য তথ্য থকা ৱেবছাইট এটা পালোঁ বা কিতাপ এখন পালোঁ, তেন্তে মই তাৰ উল্লেখ কৰি যাম। তেতিয়া অইন এজন সদস্যই সেইখিনি সহজে পোৱাকৈ থাকিব আৰু একেটা উৎসৰপৰা তথ্য আহৰণ কৰিবলৈ সহজ হ'ব।
 
::[[সদস্য:উদ্দীপতালুকদাৰ|উদ্দীপতালুকদাৰ]] ([[সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ|talk]]) 19:49, 17 জুন 2012 (UTC)
{{-}}