সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা, অনুবাদ
11 নং শাৰী:
|predecessor = [[ৰাজেন্দ্ৰ প্ৰসাদ]]
|successor = [[Zakir Hussain (politician)|জাকিৰ হুছেইন]]
|office2 = [[Vice-President of India|Viceভাৰতৰ President of Indiaউপ-ৰাষ্ট্ৰপতি]]
|president2 = [[Rajendraৰাজেন্দ্ৰ Prasadপ্ৰসাদ]]
|term_start2 = ১৩ মে’ ১৯৫২
|term_end2 = ১২ মে’ ১৯৬২
|predecessor2 = Position established
|successor2 = [[Zakir Hussain (politician)|জাকিৰ হুছেইন]]
|birth_date = {{birth date|1888|9|5|df=y}}
|birth_place = তিৰুটানি, [[Thiruttaniতামিল নাডু]], [[Tamil Naduভাৰত]], India
|death_date = {{death date and age|1975|4|17|1888|9|5|df=y}}
|death_place = [[Chennaiচেন্নাই]], Indiaভাৰত
|party = [[Independent (politician)|Independentনিৰ্দলীয়]]
|spouse = Sivakamuচিভকামু, Ladyলেডী Radhakrishnanৰাধাকৃষ্ণণ
|children = Five daughtersজনী পুত্ৰী<br>One son১ জন পুত্ৰ
|alma_mater = ভোৰহিছ কলেজ<br>মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজ
|alma_mater = [[Voorhees College (India)|Voorhees College]]<br>[[Madras Christian College]]
|profession = [[দাৰ্শনিক]]<br>[[অধ্যাপক]]
|religion = [[হিন্দুধৰ্ম]]
}}
 
'''ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ''' ({{en|Sarvepalli Radhakrishnan}}) আছিল বিশ্ববন্দিত ভাৰতীয় দাৰ্শনিক, মহান শিক্ষক আৰু ৰাজনীতিবিদ| তেওঁ কুৰি শতিকাৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল| ড:° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনাদৰ্শ আৰু বিৰাট কৰ্মৰাজিয়ে বিশ্ব দৰবাৰত ভাৰতকো একেই গৌৰৱ আৰু সন্মানৰ অধিকাৰী কৰি তুলিছে: যি দুৰ্লভ সন্মানৰ অধিকাৰী হৈছে তেওঁ নিজে|
 
==জন্ম==
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে| তেওঁ দেউতাকৰ নাম আছিল বীৰ চমাইয়া| তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল| ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল| জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল| কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন হিন্দু সভ্যতাৰ নৱ-জাগৰণৰ সময়|
 
==শিক্ষা আৰু চৰিত্ৰ গঠন==
শৈশৱৰে পৰা শান্ত শিষ্ট আৰু নম্ৰ স্বভাৱৰ ৰাধাকৃষ্ণণে অপৰিসীম স্নেহ যত্নৰ মাজত ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃয়ে নিজ তত্বাৱধানত ৰাখি নৈতিক চৰিত্ৰ গঠনৰ শিক্ষা দিয়ে| ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক পঠোৱা হয় তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ| বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়| ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত অধ্যয়ন কৰে|