সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
|name = সৰ্বপল্লী ৰাধাকৃষ্ণণ
Sarvepalli Radhakrishnan
సర్వేపల్లి రాధాకృష్ణ
சர்வபள்ளி ராதாகிருஷ்ணன்
|image = Radhakrishnan.jpg
|office = [[President of India|ৰাষ্ট্ৰপতি ভৱন, ভাৰত]]
|primeminister = [[জৱহৰলাল নেহৰু]]
[[গুজলাৰিলাল নন্দ]] (Acting)
[[লাল বাহাদূৰ শাস্ত্ৰী]]
[[গুজলাৰিলাল নন্দ]] (Acting)
[[ইন্দিৰা গান্ধী]]
|vicepresident = [[Zakir Hussain (politician)|জাকিৰ হুছেইন]]
44 নং শাৰী:
এগৰাকী শিক্ষক হিছাপে ৰাধাকৃষ্ণণৰ কৰ্মজীৱ্নৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:-
* দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১;
* [[কলিকতা বিশ্ববিদ্যালয়]]ত অধ্যাপক, ১৯২১-৩১;
* অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১;
* Professor of Eastern Religion and Ethics, Oxford University 1932-1952;
60 নং শাৰী:
* Harvard University (May,1962).

ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদত বৈদেশিক মন্ত্ৰী হিছাপে ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত ৰচনা কৰে এক নতুন অধ্যায়ৰ| এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ [[ছোভিয়েত ৰাছিয়াতৰাছিয়া]]ত থকা সময়ছোৱাত [[কাশ্মীৰ]] সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ[[ৰাষ্ট্ৰসংঘ]]ৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰি তেওঁ দেখুৱাইছিল তেওঁ ৰাজনৈতিক বিচক্ষণতা|
১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ [[ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰৰাষ্ট্ৰপতি]]ৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়| সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে|

==ৰচনাসমূহ==
87 নং শাৰী:

==উপসংহাৰ==
ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত| ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে| সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল| সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহি:প্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ| এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম| দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিছাপেহেহিচাপেহে<ref>আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা|</ref>|

==তথ্য সংগ্ৰহ==