ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

43 নং শাৰী:
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
 
 
==জন্ম==
১৯৪৪ চনত মুম্বাইত ৰাজীৱ গান্ধীৰ জন্ম হৈছিল।