চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{unreferenced}}
ৰজা [[চুপিম্ফা]]ৰ (১৪৯৩-১৫৩৯) মৃত্যুৰ পাছতে ১৫৩৯ চনত তেওঁৰ পুতেক [[চুহুংমুং]] আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সর্বশ্রেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুমতে তেওঁৰ নাম আছিল স্বর্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্রে স্বর্গদেৱ উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল।{{citation needed}}
 
===শাসনকাল===
স্বর্গদেৱ চুহুংমুঙেই [[বুঢ়াগোঁহাই]] আৰু [[বৰগোঁহাই]]ৰবৰগোঁহাইৰ সমমর্যদাৰে [[বৰপাত্রগোঁহাই]] পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্রমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।{{citation needed}}
 
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।{{citation needed}} ১৫৩২ চনত বংগৰ সেনাপতি [[তুর্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্রমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্রাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্রাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্রগোঁহাই]]ৰ হাতত তুর্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
 
===শাসনকাল===
 
স্বর্গদেৱ চুহুংমুঙেই [[বুঢ়াগোঁহাই]] আৰু [[বৰগোঁহাই]]ৰ সমমর্যদাৰে [[বৰপাত্রগোঁহাই]] পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্রমে শদিয়া আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।
 
 
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়। ১৫৩২ চনত বংগৰ সেনাপতি [[তুর্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্রমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্রাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্রাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্রগোঁহাই]]ৰ হাতত তুর্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নির্মাণ কৰা হয়।{{citation needed}}
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্রথম [[লোকপিয়ল]] আৰম্ভ কৰে।{{citation needed}}
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নির্মাণ কৰা হয়।
 
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্রথম [[লোকপিয়ল]] আৰম্ভ কৰে।
 
===মৃত্যু===
 
===মৃত্যু===
১৫৩৯ চনত বৰকোঁৱৰ [[চুক্লেনমং]]ৰ ষড়যন্ত্রত শুই থকা অৱস্থাতে তেওঁ প্রাণ হেৰুৱায়।{{citation needed}}
 
===তথ্যসূত্র===
<references />
 
* সাতসৰী অসম বুৰঞ্জী - ড. সূর্য্যকুমাৰ ভূঞা সম্পাদিত