ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{newpage}} {{Infobox writer <!-- for more information see Template:Infobox writer/doc --> | name = ৰবাৰ্ট ফ্ৰ'ষ্ট | image = Robert F...
 
No edit summary
1 নং শাৰী:
 
{{newpage}}
{{Infobox writer <!-- for more information see [[:Template:Infobox writer/doc]] -->
| name = ৰবাৰ্ট লী ফ্ৰ'ষ্ট <br>Robert Lee Frost
| image = Robert Frost NYWTS.jpg
| caption = ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯৪১)
| birth_name = ৰবাৰ্ট লী ফ্ৰ'ষ্ট (Robert Lee Frost)
| birth_date = {{birth date|1874|3|26}}
| birth_place = ছান ফ্ৰান্সিস্ক' , কেলিফ'ৰ্ণিয়া, <br>[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_date = {{Death date and age|1963|1|29|1874|3|26|}}
| death_place = ব'ষ্টন (Boston), [[Massachusetts]], <br>আমেৰিকা যুক্তৰাষ্ট্ৰ
14 নং শাৰী:
| notableworks= ''A Boy's Will'', ''North of Boston''
| influences = ৰ'বাৰ্ট গ্ৰেভছ, ৰূপাৰ্ট ব্ৰুক, থমাছ হাৰ্ডি, ৱিলিয়াম বাটলাৰ য়িটচ
| influenced = [[Seamus Heaney]], [[Richardৰিচাৰ্ড Wilbur]]ৱিলবাৰ, এডৱাৰ্ড থমাছ
| signature = Robert Frost Signature.svg
}}
20 নং শাৰী:
 
''' ৰবাৰ্ট লী ফ্ৰ'ষ্ট''' (২৬ মাৰ্চ, ১৮৭৪– ২৯ জানুৱাৰী, ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা(American colloquial speech)ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়। <ref name=britannica>{{cite encyclopedia | encyclopedia= Encyclopædia Britannica | title=Robert Frost | url=http://www.britannica.com/eb/article-9035504/Robert-Frost | edition=Online edition | year=2008 | publisher= | accessdate=2008-12-21}}</ref> তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ [[পোলিৎজাৰ বঁটা]] (Pulitzer Prize)ৰে সন্মানিত হৈছিল।
 
 
 
==জীৱন কাল==
 
===প্ৰথম ভাগ===
[[File:Jb modern frost 2 e.jpg|left|thumb|150px|ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯১০)]]
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ জন্ম হৈছিল ''ছান ফ্ৰান্সিস্ক', কেলিফ'ৰ্ণিয়া''ত। তেওঁৰ পিতৃ আছিল ''ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, জুনিয়ৰ'' আৰু মাতৃ আছিল ইজাবেল মুদি।<ref name=britannica/> তেওঁৰ মাতৃ আছিল ''স্ক'টিছ'' বংশৰ আৰু পিতৃ ইংলেণ্ডৰ ''টিভাৰ্টন, ডেভন''ৰ বংশধৰ আছিল আৰু তেওঁলোক ১৬৩৪ চনত ''নিউ হেম্পশ্বিয়াৰ'' লৈ আহিছিল।
 
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ দেউতাক এজন শিক্ষক আৰু পিছলৈ ''ছান ফ্ৰান্সিস্ক' এভিনিঙ বুলেটিন''ৰ সম্পাদক আছিল। ৫ মে', ১৮৮৫ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ পৰিয়ালবৰ্গ ''ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, ছিনিয়ৰ'' (ৰবাৰ্ট ফ্ৰ'ষ্টৰ ককাদেউতা)ৰ পৃষ্ঠপোষকতাত ''লৰেন্স, মাচাচুচেটছ'' লৈ গুছি যায়। ৰবাৰ্ট ফ্ৰ'ষ্টে ১৮৯২ চনত ''ল'ৰেন্স হাইস্কুল''ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।<ref>{{cite book | last=Ehrlich | first=Eugene | coauthors=Carruth, Gorton | title=The Oxford Illustrated Literary Guide to the United States | volume=vol. 50 | location=New York | publisher=Oxford University Press | year=1982 | isbn=0-19-503186-5}}</ref>
 
যদিও তেওঁক গ্ৰাম্য জীৱনৰ লগত সংযোগ দেখা গৈছিল, তেওঁ চহৰতহে ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰথম কবিতাটো তেওঁৰ হাইস্কুলৰ আলোচনীতে প্ৰকাশ পাইছিল। ''ডাৰমাউথ কলেজ''ত দুমাহ অধ্যয়ন কৰাৰ পাছত ঘৰলৈ ঘূৰি আহে। ঘৰত তেওঁ বিভিন্ন কাম-কাজ, যেনে মাতৃক অবাধ্য ল'ৰাবোৰক পঢ়োৱাত সহায় কৰা, বাতৰি কাকত বিলোৱা আৰু এটা কাৰাখানাত ''আৰ্কলাইট কাৰ্বন ফিলামেণ্ট'' সলনি কৰা কৰ্মী হিচাপে কাম কৰিছিল। কিন্তু এই কামবিলাকত তেওঁৰ কোনো ধাউতি নাছিল আৰু কাব্যৰ প্ৰতি মন মেলিছিল।