ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
34 নং শাৰী:
 
 
===ব্যক্তিগত জীৱন===
ৰবাৰ্ট ফ্ৰ'ষ্টৰ ব্যক্তিগত জীৱনটো দুঃখৰে পৰিপূৰ্ণ আছিল। ১৮৮৫ চনত, মাত্ৰ ১১ বছৰ বয়সতে তেওঁৰ পিতৃ ''যক্ষ্মা'' ৰোগত মৃত্যু হৈছিল। ১৯০০ চনত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত মাতৃক হেৰুৱায়। তেওঁলোকৰ পৰিয়ালৰ প্ৰায়বিলাক সদস্যই মানসিক ৰোগত আক্ৰান্ত আছিল। ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু তেওঁৰ মাতৃ ''মানসিক অৱসাদ''ত ভুগিছিল। তেওঁৰ ভগ্নীক ১৯২০ চনত আৰু তেওঁৰ পুত্ৰীক ১৯৪৭ চনত মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওৰ পত্নী, ''এলিন'ৰ''ও উদ্যমহীনতাত আক্ৰান্ত আছিল।<ref name = Frost/>
 
ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু এলিন'ৰৰ মুঠ ছটা ল'ৰা-ছোৱালী আছিল। ''ইলিয়ট'' (১৮৯৬-১৯০৪), ''কাৰল'' (১৯১২-১৯৪০) তেওঁৰ পুত্ৰ আৰু ''লেছলি ফ্ৰ'ষ্ট বেলাণ্টাইন'' (১৮৯৯-১৯৮৩), ''ইৰমা'' (১৯০৩-১৯৬৭), ''মাৰজ'ৰি'' (১৯০৫-১৯৩৪), ''এলিন'ৰ বেট্টিনা'' তেওঁৰ পুত্ৰী আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নীয়ে গোটেই জীৱন ''হৃদৰোগ''ৰ সমস্যাত ভুগিছিল। ১৯৩৭ চনত, ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নী ''কৰ্কট ৰোগ''ত আক্ৰান্ত হৈছিল আৰু ১৯৩৮ চনত হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল।<ref name=Frost>{{cite book | last=Frost | first=Robert | coauthors=Poirier, Richard (ed.); Richardson, Mark (ed.) | title=Collected Poems, Prose, & Plays | series=The Library of America | volume=vol. 81| location=New York | publisher=Library of America | year=1995 | isbn=1-883011-06-X}}</ref>
 
==উল্লেখযোগ্য ৰচনাৱলী==