ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

link to English wikipedia
অলপ সংশোধন
1 নং শাৰী:
 
{{Infobox writer <!-- for more information see [[:Template:Infobox writer/doc]] -->
| name = ৰবাৰ্ট লী ফ্ৰ'ষ্ট <br>Robert Lee Frost
Line 19 ⟶ 18:
 
 
'''ৰবাৰ্ট ফ্ৰ'ষ্ট''' ({{lang-en|Robert Frost}}) ''' সম্পূৰ্ণ নাম ৰবাৰ্ট লী ফ্ৰ'ষ্ট (''Robert Lee Frost'') ''' (২৬ মাৰ্চ, ১৮৭৪– ২৯ জানুৱাৰী, ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়। <ref name=britannica>{{cite encyclopedia | encyclopedia= Encyclopædia Britannica | title=Robert Frost | url=http://www.britannica.com/eb/article-9035504/Robert-Frost | edition=Online edition | year=2008 | publisher= | accessdate=2008-12-21}}</ref> তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ [[পোলিৎজাৰ বঁটা]] (Pulitzer Prize)ৰে সন্মানিত হৈছিল।
 
 
 
Line 27 ⟶ 25:
===প্ৰথম ভাগ===
[[File:Jb modern frost 2 e.jpg|left|thumb|150px|ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯১০)]]
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ জন্ম হৈছিল ''ছান ফ্ৰান্সিস্ক', কেলিফ'ৰ্ণিয়া''ত। তেওঁৰ পিতৃ আছিল ''ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, জুনিয়ৰ'' আৰু মাতৃ আছিল ইজাবেল মুদি।<ref name=britannica/> তেওঁৰ মাতৃ আছিল ''স্ক'টিছ'' বংশৰ আৰু পিতৃ ইংলেণ্ডৰ[[ইংলেণ্ড]]ৰ ''টিভাৰ্টন, ডেভন''ৰ বংশধৰ আছিল আৰু তেওঁলোক ১৬৩৪ চনত ''নিউ হেম্পশ্বিয়াৰ'' লৈ আহিছিল।
 
ৰবাৰ্ট লী ফ্ৰ'ষ্টৰ দেউতাক এজন শিক্ষক আৰু পিছলৈ ''ছান ফ্ৰান্সিস্ক' এভিনিঙ বুলেটিন''ৰ সম্পাদক আছিল। ৫ মে', ১৮৮৫ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ পৰিয়ালবৰ্গ ''ৱিলিয়াম প্ৰেচক'ট ফ্ৰ'ষ্ট, ছিনিয়ৰ'' (ৰবাৰ্ট ফ্ৰ'ষ্টৰ ককাদেউতা)ৰ পৃষ্ঠপোষকতাত ''লৰেন্স, মাচাচুচেটছ'' লৈ গুছি যায়। ৰবাৰ্ট ফ্ৰ'ষ্টে ১৮৯২ চনত ''ল'ৰেন্স হাইস্কুল''ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।<ref>{{cite book | last=Ehrlich | first=Eugene | coauthors=Carruth, Gorton | title=The Oxford Illustrated Literary Guide to the United States | volume=vol. 50 | location=New York | publisher=Oxford University Press | year=1982 | isbn=0-19-503186-5}}</ref>
Line 44 ⟶ 42:
[[File:Robertfrostfarm.JPG|thumb|নিউ হেম্পশ্বিয়াৰৰ ''ফ্ৰ'ষ্ট ফাৰ্ম হাউচ'', য'ত তেওঁ ''ট্ৰি এট মাই ৱিণ্ডো'' (Tree at My Window) আৰু ''মেণ্ডিঙ ৱাল''ৰ (Mending Wall) দৰে বহুতো কবিতাৰ সৃষ্টি কৰিছিল।]]
 
[[প্ৰথম বিশ্বযুদ্ধ]] আৰম্ভ হোৱাত ফ্ৰ'ষ্ট ১৯১৫ চনত আমেৰিকালৈ[[আমেৰিকা]]লৈ গুছি আহিছিল। নিউ হেম্পশ্বিয়াৰৰ ''ফ্ৰাঙ্ক'নিয়া''ত এখন নতুন ফাৰ্ম কিনি তাতেই লিখা-মেলা, শিক্ষকতা আৰু বক্তৃতাৰ এক নতুন জীৱন আৰম্ভ কৰিছিল। ১৯৩৮ চনলৈকে তেওঁলোকৰ পৰিয়ালবৰ্গই জহকালি এই ঘৰটো তেওঁলোকৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এই ঘৰটো '''দা ফ্ৰ'ষ্ট প্লেছ''' (The Frost Place) নামৰ এটা যাদুঘৰ তথা কাব্যিক সন্মিলনৰ স্থান হিচাপে পৰিচিত।
১৯১৬-১৯২০, ১৯২৩-১৯২৪ আৰু ১৯২৭-১৯৩৮ চনলৈ ৰবাৰ্ট ফ্ৰ'ষ্টে মাচাচুচেটছৰ ''এমহাৰ্ষ্ট কলেজ''ত (Amherst College) ইংৰাজী বিষয়ত শিক্ষকতা কৰিছিল। তেওঁ কথিত ভাষাৰ আগমনক ভাষাৰ "the sound of sense" বুলি কৈছিল। <ref>Voices and Visions. "Robert Frost." NY: PBS, 1988.[http://www.learner.org/resources/series57.html]</ref>
 
Line 59 ⟶ 57:
 
===ব্যক্তিগত জীৱন===
ৰবাৰ্ট ফ্ৰ'ষ্টৰ ব্যক্তিগত জীৱনটো দুঃখৰে পৰিপূৰ্ণ আছিল। ১৮৮৫ চনত, মাত্ৰ ১১ বছৰ বয়সতে তেওঁৰ পিতৃ ''[[যক্ষ্মা'' ৰোগতৰোগ]]ত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ১৯০০ চনত তেওঁ [[কৰ্কট ৰোগতৰোগ]]ত আক্ৰান্ত মাতৃক হেৰুৱায়। তেওঁলোকৰ পৰিয়ালৰ প্ৰায়বিলাক সদস্যই মানসিক ৰোগত আক্ৰান্ত আছিল। ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু তেওঁৰ মাতৃ ''মানসিক অৱসাদ''ত ভুগিছিল। তেওঁৰ ভগ্নীক ১৯২০ চনত আৰু তেওঁৰ পুত্ৰীক ১৯৪৭ চনত মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওৰ পত্নী, ''এলিন'ৰ''ও উদ্যমহীনতাত আক্ৰান্ত আছিল।<ref name = Frost/>
 
ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু এলিন'ৰৰ মুঠ ছটা ল'ৰা-ছোৱালী আছিল। ''ইলিয়ট'' (১৮৯৬-১৯০৪), ''কাৰল'' (১৯১২-১৯৪০) তেওঁৰ পুত্ৰ আৰু ''লেছলি ফ্ৰ'ষ্ট বেলাণ্টাইন'' (১৮৯৯-১৯৮৩), ''ইৰমা'' (১৯০৩-১৯৬৭), ''মাৰজ'ৰি'' (১৯০৫-১৯৩৪), ''এলিন'ৰ বেট্টিনা'' তেওঁৰ পুত্ৰী আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নীয়ে গোটেই জীৱন ''হৃদৰোগ''ৰ সমস্যাত ভুগিছিল। ১৯৩৭ চনত, ৰবাৰ্ট ফ্ৰ'ষ্টৰ পত্নী ''কৰ্কট ৰোগ''ত আক্ৰান্ত হৈছিল আৰু ১৯৩৮ চনত হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল।<ref name=Frost>{{cite book | last=Frost | first=Robert | coauthors=Poirier, Richard (ed.); Richardson, Mark (ed.) | title=Collected Poems, Prose, & Plays | series=The Library of America | volume=vol. 81| location=New York | publisher=Library of America | year=1995 | isbn=1-883011-06-X}}</ref>
Line 277 ⟶ 275:
 
==বাহ্যিক সংযোগ==
{{commons|Robert Frost|Robertৰবাৰ্ট Frostফ্ৰষ্ট}}
{{Portal|Biography}}
{{commons|Robert Frost|Robert Frost}}
{{wikiquote}}
{{Wikisource author}}
*[http://www.poets.org/poet.php/prmPID/192 Profile and poems at the Academy of American Poets]
* [http://www.poetryfoundation.org/archive/poet.html?id=2361 Robert Frost, profile and poems at the Poetry Foundation]
Line 297 ⟶ 292:
* [http://town.hall.org/radio/HarperAudio/012294_harp_ITH.html Robert Frost reading his poems at Harper Audio (recordings from 1956)]
* [http://oyc.yale.edu/english/modern-poetry/content/sessions/lecture02.html Yale College Lecture on Robert Frost] audio, video and full transcripts from Open Yale Courses
 
 
[[শ্ৰেণী:জীৱনী]]