চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
সজ্জা
1 নং শাৰী:
{{আহোম ৰাজবংশ}}
{{unreferenced}}
ৰজা [[চুপিম্ফা]]ৰ (১৪৯৩-১৪৯৭ খ্রীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্রীঃত তেওঁৰ পুতেক [[চুহুংমুং]] আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সর্বশ্রেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুমতে[[হিন্দুধৰ্ম]]ৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বর্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্রে স্বর্গদেৱ উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল।{{citation needed}}<ref>সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্রৱন্ধ পেৰাগ্রাফ ২; ৭০, ৭১ প্র: পে: ৬) - ড. সূর্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্রকাশন বিভাগৰদ্বাৰা প্রকাশিত)</ref> <ref>অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্র:পে: ১; ১৯৮, ২০৪, ২০৫ প্র:পে: ৩) - ড° লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্রকাশিত। পঞ্চম প্রকাশ ১৯৮৭)</ref><ref>টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্র:পে: ৪) - ড° লীলা গগৈ (১৯৮৫ চনত ডিব্রুগড়ৰ বনলতা প্রকাশনৰদ্বাৰা প্রকাশিত। চতুর্থ সংস্কৰণ ১৯৯৪)</ref><ref>ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্র:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আর্য বিদ্যাপীঠ কলেজ), হৰি প্রসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্রকাশিত, মে' ১৯৮৬)</ref>
 
==শাসনকাল==
14 নং শাৰী:
১৪৯৭ খ্রীঃত বৰকোঁৱৰ [[চুক্লেনমং]]ৰ ষড়যন্ত্রত শুই থকা অৱস্থাতে তেওঁ প্রাণ হেৰুৱায়।{{citation needed}}
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্র==
<references />
 
* সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্রৱন্ধ পেৰাগ্রাফ ২; ৭০, ৭১ প্র: পে: ৬) - ড. সূর্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্রকাশন বিভাগৰদ্বাৰা প্রকাশিত)
 
{{Assam stub}}
* অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্র:পে: ১; ১৯৮, ২০৪, ২০৫ প্র:পে: ৩) - ড. লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্রকাশিত। পঞ্চম প্রকাশ ১৯৮৭)
 
*টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্র:পে: ৪) - ড. লীলা গগৈ (১৯৮৫ চনত ডিব্রুগড়ৰ বনলতা প্রকাশনৰদ্বাৰা প্রকাশিত। চতুর্থ সংস্কৰণ ১৯৯৪)
 
* ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্র:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আর্য বিদ্যাপীঠ কলেজ), হৰি প্রসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল) - (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্রকাশিত, মে' ১৯৮৬)
 
[[শ্ৰেণী:আহোম স্বৰ্গদেউ]]