ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
89 নং শাৰী:
 
== ভূগোল==
[[File:Kangchenjunga from Thangshing.jpg|thumb|left|৮,৫৮৬ মিটাৰ (২৮,১৭০ ফুট) উচ্চতাৰ ''কাঞ্চনজঙ্ঘা'' পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ]]
[[File:Kangchenjunga from Thangshing.jpg|thumb|left|[[Kangchenjunga]], which stands 8,586 metres (28,170 ft) tall, is the highest peak in India and the third-highest on Earth.]]
[[File:Mountain Range in Northern Sikkim.jpg|left|thumb|The Kangchengyaoউত্তৰ Himalayanছিক্কিমত mountainsঅৱস্থিত of''কাঞ্চনজংজ্ঞেয়'' northernহিমালয় Sikkim.পৰ্বতমালা]]
 
সমগ্ৰ ৰাজ্যখন পাহাৰীয়া এলেকাৰ ভিতৰত পৰে আৰু বিভিন্ন স্থানৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰপৰা ২৮০ মিটাৰ (৯২০ ফুট) ৰপৰা ৮৫৮৫ মিটাৰ (২৮,০০০ ফুট)লৈকে দেখা যায়। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ '''কাঞ্চনজঙ্ঘা''' নেপাল-ছিক্কিম সীমান্তত অৱস্থিত।<ref name="Census">{{cite web | url = http://www.census.gov/ipc/prod/ib-9701.pdf#search=%22india%20state%20population%22 | title = Population Trends: India | accessdate = 4 November 2008 | author = Arjun Adlakha | year = 1997 | month = April | format = pdf | work = International brief | publisher = U.S. Department of Commerce | page = 5 }}</ref> ৰাজ্যখনৰ অংশই কৃষিৰ বাবে অনুপযোগী। তথাপি, বহুতো এঢলীয়া ঠাই কৃষিৰ বাবে উপযোগী কৰি তোলা হৈছে। ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত বহুতো বৰফৰ ফলত উৎপত্তি হোৱা নিজৰা আছে। ইয়াৰ পৰাই ''তিস্তা'' আৰু ইয়াৰ উপনদী সমূহ তথা ''ৰংগীত'' নদীৰ উৎপত্তি হৈছে। ''ৰংগীত'' নদীখন উত্তৰৰপৰা দক্ষিণলৈ বৈ গৈছে।<ref>http://sikkim.nic.in/sws/glim_riv.htm Sikkim.Nic.in. Retrieved 2011-10-13.</ref> ৰাজ্যখনৰ এক-তৃতীয়াংশ অঞ্চল ঘন অৰণ্যৰে আৱৰা।
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে