ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

97 নং শাৰী:
 
== সংস্কৃতি ==
 
 
 
== পৰিবহন ==
 
=== বিমান সেৱা ===
বৰ্তমান ছিক্কিমত কোনো বিমান বন্দৰ নাই। ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ ''পাকয়ং''ত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ ''বাগডোগ্ৰা বিমান বন্দৰ''। ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ''ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছ''য়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪ জন যাত্ৰী কঢ়িয়াব পাৰে।<ref name="Thirty years">{{cite web | url = http://sikkimipr.org/IPR/statehood/statehood_nutshell.htm | title = 30 Years of Statehood In a Nutshell | accessdate = 12 October 2006 | date = 24 November 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060714083055/http://sikkimipr.org/IPR/statehood/statehood_nutshell.htm <!-- Bot retrieved archive --> | archivedate = 14 July 2006 }}</ref>
=== ৰেলসেৱা ===
বৰ্তমানলৈকে ছিক্কিমত কোনো ৰেলসেৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে পশ্চিমবংগৰ শিলিগুড়ি আৰু নিউ জলপাইগুড়ি।<ref>{{cite book | title = Land and people of Indian states and union territories in 36 volumes: Volume 24 | chapter = Transport and Communication | last = Bhatt | first = S. C. | coauthors = Gopal K. Bhargava | year = 2001 | publisher = Gyan Publishing House | location = | isbn = 81-7835-380-6 | page = 76 }}</ref> তথাপি ছিক্কিমৰ ''ৰাংপ''' আৰু পশ্চিমবংগৰ ''ছেৱক''ৰ সৈতে ৰেলপথেৰে সংযোগ কৰিবলৈ এটা আঁচনি ঘোষণা কৰা হৈছে। এই আঁচনিটো ২০১৫ চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।<ref>{{cite web | url = http://www.railway-technology.com/projects/northbengalsikkimrai/ | title = North Bengal-Sikkim Railway Link | publisher = Railway Technology | date = | accessdate = 2011-06-19 }}</ref><ref>[http://www.thehindubusinessline.com/2010/01/25/stories/2010012551081500.htm The Hindu Business Line : Inspection survey for Sikkim rail link]</ref>
 
=== পথ ===
''৩১ A নং ৰাষ্ট্ৰীয় ঘাইপথ'' আৰু ''৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ''- এই দুয়োটাই শিলিগুড়ি আৰু গেংটকক সংযোগ কৰিছে।<ref>{{cite news | url = http://www.telegraphindia.com/1060916/asp/siliguri/story_6752322.asp | title = Hill traffic slides to standstill | date = 16 September 2006 | accessdate = 14 June 2009 | publisher = ''[[The Telegraph (Kolkata)]]'' }}</ref> ''ছিক্কিম ৰাষ্ট্ৰীয় পৰিবহন'' বিভাগে বাছ আৰু ট্ৰাক সেৱা পৰিচালনা কৰে। ব্যক্তিগত খণ্ডৰ বাছ, টেক্সী আৰু জীপ গাড়ীয়ে সমগ্ৰ ছিক্কিমৰ সকলো ঠাইলৈ অহা-যোৱাৰ সুবিধা কৰাৰ লগতে শিলিগুড়িৰ লগতো সংযোগ কৰে। মেল্লীৰ পৰা অহা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখাই পশ্চিম ছিক্কিমক সংযোগ কৰিছে। দক্ষিণ আৰু পশ্চিম ছিক্কিমৰ চহৰ সমূহ উত্তৰ পশ্চিমবংগৰ ''কালিমপঙ'' আৰু [[দাৰ্জিলিঙ]]ৰ লগত সংযোগ কৰিছে।{{sfn|Choudhury|2006|pp=84–87}} নাথুলা গিৰিপথে ৰাজ্যখনক [[তিব্বত]]ৰ লগত সংযোগ কৰিছে।
 
== শিক্ষা ==
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে