ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
95 নং শাৰী:
 
ছিক্কিমৰ উত্তৰ, পূব আৰু পশ্চিম সীমান্তত হিমালয় পৰ্বতমালাই বেঢ়ি ধৰি আছে। ৰাজ্যখনত মুঠ ২৮ টা শৃংগ, ৮০ টাৰো অধিক হিমবাহ,,<ref>{{cite web | url = http://dstsikkim.gov.in/glacier/pressrelese.htm | title = First commission on study of glaciers launched by Sikkim | publisher = dstsikkim.gov.in | date = 2008-01-18 | accessdate = 2011-06-19 }}</ref> ২২৭ টা হ্ৰদ (''ছাঙগো'', ''গুৰুডঙমাৰ'' আৰু ''খেচিয়'পাল্ৰী''ৰ দৰে উল্লেখযোগ্য হ্ৰদ), পাঁচোটাকৈ গৰম পানীৰ উঁহ আৰু ১০০ খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও আঠটা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে।<ref>{{cite book | title = Across peaks & passes in Darjeeling & Sikkim | last = Kapadia | first = Harish | year = 2001 | publisher = Indus Publishing | location = | isbn = 81-7387-126-4 | page = 154 | chapter = Appendix }}</ref>
 
 
== উপ বিভাগ ==
<imagemap>
File:Sikkim-district-map-num.png|150px|left|ছিক্কিমৰ চাৰিওখন জিলা
 
rect 242 167 304 241 [[North Sikkim]]
rect 310 410 361 475 [[East Sikkim]]
rect 189 413 232 479 [[South Sikkim]]
rect 84 383 132 456 [[West Sikkim]]
 
desc bottom-left
</imagemap>
 
ছিক্কিমক চাৰিখন জিলাত ভাগ কৰা হৈছে। [[কেন্দ্ৰীয় চৰকাৰ|কেন্দ্ৰীয় চৰকাৰে]] নিযুক্তি দিয়া [[জিলা উপায়ুক্ত]]ই এই জিলা সমূহ পৰিচালনা কৰে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত [[চীন]]ৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰ্কাৰী অনুমতিৰ প্ৰয়োজন।
 
{| class="wikitable"
|-
! জিলা !! জিলাৰ সদৰ
|-
| পূৱ ছিক্কিম || গেংটক
|-
| পশ্চিম ছিক্কিম || গেইজিঙ (Geyzing)
|-
| উত্তৰ ছিক্কিম || মাংগন (Mangan)
|-
| দক্ষিণ ছিক্কিম || নামছি (Namchi) <ref>{{cite book | title = Manorama Yearbook 2009 | editor1-last = Mathew | editor1-first = K. M. | publisher = Malayala Manorama | page = 660 | chapter = India | isbn = 81-89004-12-3 | accessdate = 6 June 2009 }}</ref>
|}
এই সকলো জিলা পুনৰ মহকুমাত ভাগ কৰা হৈছে।
 
 
 
== সংস্কৃতি ==
 
ছিক্কিমৰ অধিকাংশ নেপালী লোকেই হিন্দু সকলৰ প্ৰায়বিলাক উৎসৱেই উৎযাপন কৰে। ইয়াৰ ভিতৰত ''দেৱালী'' আৰু ''বিজয়া দশমী'' প্ৰধান। পৰম্পৰাগত স্থানীয় উৎসৱ, যেনে ''মাঘে সংক্ৰান্তি'' আৰু ''ভীমসেন পূজা''ও জনপ্ৰিয়।{{sfn|Choudhury|2006|p=35}} বৌদ্ধ ধৰ্মী লোকসকলৰ উৎসৱ সমূহৰ মাজত ''ল'ছাৰ'', ''লোছাঙ'', ''ছাগা দেৱা'', ''লাবাব ডুয়েছেন'', ''দ্ৰুপকা টেছী'' আৰু ''ভীমছু'' প্ৰধান। ''ল'ছাৰ'' উৎসৱ (তিব্বতীয় সকলৰ নৱবৰ্ষ)ৰ উপলক্ষে, বহুতো কাৰ্য্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান সমূহ এসপ্তাহলৈকে বন্ধ থাকে।{{sfn|Choudhury|2006|p=34}} ছিক্কিমৰ মুছলমান ধৰ্মৰ লোকসকলে [[ইদ-উল-ফিটৰ]] আৰু [[মহৰম]] উৎযাপন কৰে।<ref>{{cite book | title = Bulletin of Tibetology | last = | first = | authorlink = | coauthors = Sikkim Research Institute of Tibetology | year = 1995 | publisher = Namgyal Institute of Tibetology | location = | isbn = | page = 79 }}</ref> পৰ্য্যটকক আকৰ্ষিত কৰিবলৈ আজিকালি গেংটকত [[খ্ৰীষ্টমাছ]] উৎযাপন কৰা হয়।<ref name="Culture">{{cite web | url = http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm | title = Culture and Festivals of Sikkim | accessdate = 12 October 2006 | date = 29 September 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060714040958/http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm <!-- Bot retrieved archive --> | archivedate = 14 July 2006 }}</ref>
 
 
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে