ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
119 নং শাৰী:
ছিক্কিমৰ অধিকাংশ নেপালী লোকেই হিন্দু সকলৰ প্ৰায়বিলাক উৎসৱেই উৎযাপন কৰে। ইয়াৰ ভিতৰত ''দেৱালী'' আৰু ''বিজয়া দশমী'' প্ৰধান। পৰম্পৰাগত স্থানীয় উৎসৱ, যেনে ''মাঘে সংক্ৰান্তি'' আৰু ''ভীমসেন পূজা''ও জনপ্ৰিয়।{{sfn|Choudhury|2006|p=35}} বৌদ্ধ ধৰ্মী লোকসকলৰ উৎসৱ সমূহৰ মাজত ''ল'ছাৰ'', ''লোছাঙ'', ''ছাগা দেৱা'', ''লাবাব ডুয়েছেন'', ''দ্ৰুপকা টেছী'' আৰু ''ভীমছু'' প্ৰধান। ''ল'ছাৰ'' উৎসৱ (তিব্বতীয় সকলৰ নৱবৰ্ষ)ৰ উপলক্ষে, বহুতো কাৰ্য্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান সমূহ এসপ্তাহলৈকে বন্ধ থাকে।{{sfn|Choudhury|2006|p=34}} ছিক্কিমৰ মুছলমান ধৰ্মৰ লোকসকলে [[ইদ-উল-ফিটৰ]] আৰু [[মহৰম]] উৎযাপন কৰে।<ref>{{cite book | title = Bulletin of Tibetology | last = | first = | authorlink = | coauthors = Sikkim Research Institute of Tibetology | year = 1995 | publisher = Namgyal Institute of Tibetology | location = | isbn = | page = 79 }}</ref> পৰ্য্যটকক আকৰ্ষিত কৰিবলৈ আজিকালি গেংটকত [[খ্ৰীষ্টমাছ]] উৎযাপন কৰা হয়।<ref name="Culture">{{cite web | url = http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm | title = Culture and Festivals of Sikkim | accessdate = 12 October 2006 | date = 29 September 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060714040958/http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm <!-- Bot retrieved archive --> | archivedate = 14 July 2006 }}</ref>
 
== জনগাঁঠনি ==
== ধৰ্ম ==
 
=== ভাষাধৰ্ম ===
 
=== ভাষা ===
ছিক্কিমৰ সকলোৱে বুজিব প্ৰা উমৈহতীয়া ভাষা (lingua franca) হৈছে নেপালী। তথাপি ভূটীয়া আৰু লেপছা ভাষা কিছুমান অঞ্চলত কোৱা হয়। ছিক্কিমৰ প্ৰায়বিলাক ঠাইতে হিন্দী আৰু ইংৰাজী ভাষা বুজা আৰু কোৱা হয়। বাকী ভাষাসমূহৰ ভিতৰত ''জংখা'', ''গ্ৰমা'', ''লিম্বু'', ''ৰায়'', ''গুৰুঙ'', ''মাগৰ'', ''শ্বেৰ্পা'', ''তামাঙ'', ''মাঝি'', ''মাঝৱাৰ'', ''নেপাল ভাষা'', ''ছিক্কিমিছ'', ''থুলুঙ'', ''তিব্বেতিয়ান'' আৰু ''য়াখা''।{{sfn|Bareh|2001|p=10}}
 
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে